পৃষ্ঠা:টেটোন তামুলী.pdf/২১: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "টেটোনতামুলি। | গৃহস্থ।এৰা, পাটীত পৰি নাে লাভ কি! ত..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
JyotiPN (আলোচনা | বৰঙণি)
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:

টেটোনতামুলি।
গৃহস্থ ⸺এৰা, পাটীত পৰি নাে লাভ কি! তাতো কাণেৰে পহৰা
|
দিয়া হে!
গৃহস্থ।এৰা, পাটীত পৰি নাে লাভ কি! তাতো কাশেৰে পৰা
শােঃ কোঃ পৰা ⸺তেন্তে, দিনত শুই ৰাতি পহৰা দিবলৈ নিয়ম কৰাই
দিয়া হে।
ভাল। এই দৰে টোপনি খতি কৰিলে গা নাঠাৱৰে নহয়।
শােঃ কোঃ পৰা তেন্তে, দিনত ওই ৰাতি পহৰা দিবলৈ নিয়ম কৰাই
গৃহস্থ হয়, নিয়মটো বেয়া নহয়। এতিয়াৰপৰা তাকে হে কৰিব লাগিব।
| ভাল। এই দৰে টোপনি খতি কৰিলে গা নাঠাৱৰে নহয়।
বাৰু, গৈছোঁ।
গৃহস্থ হয়, নিয়মটো বেয়া নহয়। এতিয়াৰপৰা তাকে হে কৰিব লাগিব।
{{gap}}{{gap}}{{gap}}{{gap}}{{gap}}(দুৱাৰ-ঘৰ আকৌ চকুফুৰাই চাই প্রস্থান)
ৰা, গৈছে।
<center>⸺⸺⸺⸺</center>
(দুৱাৰ-বৰ আকৌ চকুফুৰাই চাই প্রস্থান)

-

তৃতীয় পট,-
<center>'''তৃতীয় পট,⸺'''</center>
বৰঘৰৰ ভিতৰ।
<center>বৰঘৰৰ ভিতৰ।</center>
(শােৰা-কোঠাত চাকি এটি মিটমিটুকৈ অলি আছে ;
<center>⸺</center>
(শােৱা-কোঠাত চাকি এটি মিট্‌মিট্‌কৈ জ্বলি আছে ;
চোৰ দুটাই দুৱাৰ মেলি টেটোনক ভিতৰলৈ
চোৰ দুটাই দুৱাৰ মেলি টেটোনক ভিতৰলৈ
সুমাই দি চোৰাং চাই থাকে।
সুমাই দি চোৰাং চাই থাকে।)

টেটোন। আন্ধাৰত বগুৱাবাই বস্তু বিচাৰে। আন বস্তু মােক নেলাগে
টেটোন ⸺(আন্ধাৰত বগুৱাবাই বস্তু বিচাৰে) আন বস্তু মােক নেলাগে;
সাহৰ কলহ এটা বিচাৰি পালেই হয় এতিয়া । (খপিয়াই
সান্দহৰ কলহ এটা বিচাৰি পালেই হয় এতিয়া । (খপিয়াই
ফুৰি) অ, বহালো বাপেকে, এইটো গুড়ৰ টেকেলিয়ে ধৰা
ফুৰি) অ, বহালোঁ বাপেকে, এইটো গুড়ৰ টেকেলিয়ে ধৰা
দিছে ! এতিয়া সান্দহৰ কলহটো লগ পালেই মােৰ গা বব
দিছে ! এতিয়া সান্দহৰ কলহটো লগ পালেই মােৰ গা ৰব
বাপেকে। ( খপিয়াই ফুৰে) নেপাচান! আও! এই ঘৰৰ
বাপেকে। ( খপিয়াই ফুৰে) এঃ নেপাওঁচান! আও! এই ঘৰৰ
গৃহস্থ বৰ কটুকিনা মানুহ দেও! পেট মাৰি পইচা চিছে।
গৃহস্থ বৰ কট্‌কিনা মানুহ দেও! পেট মাৰি পইচা সাঁচিছে।
চহকী হবলৈ বৰ মন ঔ! বাৰু, অলপ ৰবি, চহকী কৰি
চহকী হবলৈ বৰ মন ঔ! বাৰু, অলপ ৰবি, চহকী কৰিম
বাপেৰে। মােৰ পেটৰ জুইকুৰা সুষাই লবলৈ হে চাইছে।
বাপেৰে! মােৰ পেটৰ জুইকুৰা নুমাই লবলৈ হে চাইছোঁ।
(খপিয়াই ফুৰোতে এটা পা ঢালত হাত পৰে} , এইবাৰ
(খপিয়াই ফুৰোঁতে এটা ভগা ঢোলত হাত পৰে} , এইবাৰ
হে ৰাৰ, বহালো বাপেকে ! (পুটীয়াই বগৰাই হত নাই
হে বাৰ, বহালোঁ বাপেকে ! (লুটীয়াই বগৰাই হাত ফুৰাই
৫৪