পৃষ্ঠা:টেটোন তামুলী.pdf/৬: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "৭০ টেটোন-তালি। (ধনাইৰ প্ৰৱেশ } টেটোন।—আও! ভিীহি, তু..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
No edit summary
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
(ধনাইৰ প্ৰবেশ)
৭০

টেটোন-তালি।
টেটোন : আও। ভিনিহি, তুমি বহুত দিন জীবা দেও।
(ধনাইৰ প্ৰৱেশ }

টেটোন।—আও! ভিীহি, তুমি বহুত দিন জীব দেও!
ধনাই।“হেৰ, কি হল ? কোখন মঙ্গলত নােপালি, মই বহুত দিন
ধনাই : হেৰ’, কি হ’ল অ’? কোনখন মঙ্গলতনো পালি, মই বহুত দিন জীম বুলি?

| জীম বুলি ?
টেটোন।--এ, মঙ্গল নহয়, ভিনীহি, মানুহৰ নাম লওঁতেই ওলালেহি হেন
টেটোন – এ, মঙ্গল নহয়, ভিনিহি, মানুহৰ নাম লওতেই ওলালেহি হেনো তাৰ আয়ুস বাঢ়ে।

তাৰ আয়ুস বাড়ে।
ধনাই।—অ, তই তেন্তে মোক চর্চি হে আছিলি হবল ?
ধনাই - অ’, তই তেন্তে মোক চৰ্চিহে আছিলি হ’বলা?

টেটোন।—সঁচা, তােমাক লৈয়ে নিতৌ মােৰ চৰ্চা বাঢ়িছে হওঁতে ঘাইকৈ
টেটোন – সঁচা, তোমাক লৈয়ে নিতৌ মোৰ চৰ্চা বাঢ়িছে হওঁতে। ঘাইকৈ আজি এইবেলা।
| আজি—এইবেলা।

ধনাই।তােৰ নাে কি ভাগৰ ভাতগাঙ্গ খালে অ, তাকে যে চৰ্চ্চি থাক?
ধনাই – তোৰনো কি ভাগৰ ভাত খালোঁ অ’ তাকে যে চৰ্চি থাক?
টেটোন।—এ, ভাগৰ ভাত হে বুলি, তাৰ লগতে মাছকেটাও যে?

ভাততকৈ মাছৰটো ভাবনা হে আগ হৈছে।
টেটোন – এ, ভাগৰ ভাত হে বুলিছা, তাৰ লগতে মাছকেইটাও যে। ভাততকৈ মাছৰটো ভাবনাহে আগ হৈছে।
ধনাই ।-বাৰু, তােৰ ভাত-মাছ খােৱা কাথাখন এতিয়া। কচোন, বাপের

| কলৈ গল ?
ধনাই বাৰু, তোৰ ভাত-মাছ খোৱা কথাখন থ’ এতিয়া। কচোন, বাপেৰ ক’লৈ গ’ল।
টেটোন — আপােনা-আপুনি) আও! “বাপেৰ”! শহুৰ বুলিবলৈ

বৰ মানুহৰ বেটাৰ লাজ লাগে? বাৰু, শিকাম বাপেৰে ময়ো,
টেটোন – (আপোনা-আপুনি) আও। ‘বাপেক! শহুৰ বুলিবলৈ ‘বৰ মানুহৰ বেটাৰ’ লাজ লাগে! বাৰু শিকাম বাপেৰে ময়ো, ৰবি।’ (ফুটাই) এ, ভিনিহি বোপাই পাতাল ছিৰি তলৰ মাটি ওপৰ কৰিবলৈ গৈছে।
ৰবি। (ফুটাই। এ, ভিনীহি, বােপাই পতাল ছিৰি তলৰ মাটি

ওপৰ কৰিবলৈ গৈছে।
খনাই।-( আপােনা-আপুনি) উঃ, কটা, ভাল কথা সুধিলে আকৌই
ধনাই – (আপোনা আপুনি) উঃ, কটা, ভাল কথা সুধিলে আকৌ ই পেংলাই হে কৰে! (ফুটাই) বাৰু, বাপেৰৰ কথা বুজিলোঁ, হেৰ’, মাৰ গ’ল ক’লৈ’?

পেংলাই হে কৰে । ( ফুটাই। বাৰু, বাপেৰৰ কথা বুজিলোঁ ;
টেটোন – (ভোৰভোৰাই) উশ! শাহু বুলিবলৈকো লাজ। মোৰ আইক শাহু বুলিলে ই ৰজাৰ কোঁৱৰটো সৰু হ’ব। বাৰু, চাম বাপেৰে কিমান ঊধাব পাৰ। (ফুটাই) এৰা, ভিনিহি, আয়ো নাই। আই সাদিনীয়া পঁইতা খুৱাই মৰা জীয়াবলৈ গৈছে।
হেৰ, মাৰ গল কলৈ ?
টেটোন।-ভােৰতােৰাই। উল! শাহ বুলিবলৈকো লাল। মােৰ আইক
শাহু বুলিলে ই ৰজাৰ কোৱঁৰটো সৰু হব! বাৰু, চাম বাপেৰে
ময়গা, কিমান উধাৰ পাৰ। { ফুটাই। এৰা, তিনীতি, আইও
নাই। আই সাদিনীয়া পইতা খুৱাই মৰা জীয়ালৈ গৈছে।