পৃষ্ঠা:অসমৰ বুৰঞ্জী গোহাঞি বৰুৱা.djvu/৯০: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Joli (আলোচনা | বৰঙণি)
→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "অসমৰ বুৰী কপিলীৰ ৰাটেনি অভিযান পঠাই, ভেমেৰা আৰু ম..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
(কোনো পাৰ্থক্য নাই)

২১:৪২, ২০ এপ্ৰিল ২০১৯ৰ সংস্কৰণ

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমৰ বুৰী কপিলীৰ ৰাটেনি অভিযান পঠাই, ভেমেৰা আৰু মাইবাং এই দুই কছাৰী নগৰ খল কৰালে। এনেতে, কছাৰী ৰজা তাম্রবল পলাই অয়াত সােলগৈ। জয়ন্ত ৰা ৰামসিংহই “শৰণাগত এৰিৰ নােৱাৰৰ বােলাত, তেওঁকে ধৰিবৰ যুগতি কৰা হ'ল। সেইমতে, আহােম অভিযানে কছাৰী ৰজা তাম্ৰধ্বজ সমন্বিতে জয় যা ৰামসিংহৰ ধৰি, গোভাৰ বাটেদি নি, বিশ্বনাথত স্বৰ্গদেৱক অর্পণ কৰিলে। পাচ, দুয়াে ৰাই বৰ্গদেৱৰ চৰণত শৰণ মাগিলে। বৰ্গদেৱ সিংহই কছাৰী আৰু জয়া ৰাজ্য আহােম ৰাজ্যৰ চামিল কৰি (৩), বিশ্বনাথত, ঐঃ ১৭৮ চনত, দৰবাৰ পাতি (২), মণিপুৰ, হট, কমতাপুৰ, বৰং প্রভৃতি আনে আনাে ৰাজ্যৰ মিত্ৰ আৰু শৰণীয়া তবর্গকে। নিম দি অনাই লৈ, কাছাৰ আৰু জয়ন্তাৰ ৰজা সমন্বিতে সকলােৰেপৰা যৰিধি ওলগ লৈসিবিলাকক মিত্ৰ আৰু শৰণীয়া ৰা কৰিলে। তাৰ পাচত, ভাজ আৰু ৰামসিংহ ৰজাক লগত লৈ, স্বৰ্গদেৱ ৰংপুৰ নগৰলৈ উলাই আহিল। ৰংপুৰতে নৰিয়া পৰি ৰামসিংহ ৰজা ঢুকাল। বা অভিমানস্বৰ্গদেৱ ঢাকালৈকে সীমা বঢ়াই ৰজাগড়াৰপৰা ভাটী ৰাজ্য মাৰিবলৈ মন কৰিলে। “বৰপাত্ৰগােহাঞে তাতে ভৰ দি ক'লে, বােল, কতীয়া-গঙ্গা- সীমা কৰি আমাৰেহে ৰাজ্য। নিজৰ সীমনা ৰাখি ৰাজ্য লােৱাহে যুগুত। বুঢ়া- গগাহাঞে সেই কথাত আসোঁৱাহ দেখুৱায়। তথাপি, বৰুৱা-ফুকনাদিৰে সৈতে লােকজন | লৈ গৱে ৰ আক্ৰমণ কৰিবলৈ বুলি অভিযান কৰিলে। * পাচে, বৰদুৱাৰমুখৰপৰা লুইতলৈকে ৰালিৰ দুয়াে কাযে খলা চিকনাই, ৰাইজৰ আশীৰ্বাদ লৈ বাহৰ কৰি ৰওঁতেই, তাতে গদেৱ নৰিয়া পৰাত, অভিযান স্থগিত থাকিল।” (১) আয়তয়া বিজোহ-১৭৮ খ্ৰীষ্টাৰত জয়ন্তীয়া ৰাজ্য আহােম ৰাজ্যৰ চামিল হােৱাৰ পাচত, খৈৰামৰ ৰাক নেতা ৰূপে লৈ, দয়াৰ প্রধান প্রধান বিষয়াবিলাকে এটা বৰ ভাৰ বিদ্রোহ উপস্থিত কৰে। জয়াবাসীবিলাকে আহােমৰ বৰবৰুৱা আৰু বৰফুকনৰ কোঠ আক্রমণ কৰি সিবিলাকক এক প্রকাৰ পৰাস্ত কৰিছিল; এনে সময়তে স্বৰ্গদেৱে সসৈতে বুঢ়াগােহাঞি ডাক্ষৰীয়াক সহায় পঠিওৱাত, তিনিওজন আহোম সেনাপতিয়ে লগ লাগি বহু প্রবন্ধেৰে বিদ্রোহ থমাই জয়ন্তাত আহােম ৰজাৰ প্ৰভুৰ বাহাল খিলে। বিদেশ সাজপাৰৰ প্ৰচলন-সাহিত্য আৰু সঙ্গীত (২) স্বৰ্গদেৱ সিংহ | "Envoy announcing that the chori and into findom. bad be onsored to dominion of Ahon Roja were sent to hit a tho Mohonadon Puja a h , wa০, 1 in wild, md ourteous roy. sir award Gi, Mos of Mon Pai, | The khari and Jointia Rja joined bin any with long and ipcco follow, r ootival ord oo Data motion o ১. nor o ho Dra ০ -৫ "Eistory of Assam, 181. (১) এ বিষৰ খুনী যুঞ্জী, পৃ। (২) অসিত বলে বিবেচনা কৰাৰেীৰ গীত কেইবাটাও না পুতি