পৃষ্ঠা:টেটোন তামুলী.pdf/২৮: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "৮০২ টেটোন-মুলি। টেটোন। পপাহাৰীৰ কাষ চাপি) ইয়ে। আ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
(কোনো পাৰ্থক্য নাই)

১৫:০৪, ১৫ এপ্ৰিল ২০১৯ৰ সংস্কৰণ

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৮০২ টেটোন-মুলি। টেটোন। পপাহাৰীৰ কাষ চাপি) ইয়ে। আমাৰ জাপৰী বাইটী দেখােন। সঁচা, বাইটি, তুমি মােৰ দুখ নপতিয়ালে কোন পতিয়াব ? বাইটি। কলাবােৰ বাৰু নে ? দিয়াচোন এটা খাই চাওঁ। (কল ছিঙ্গিবলৈ হাত মেলে। পােহাৰী। হাত-মুখ জোকাৰি উঠি) এ-হে! বাৰুটি ঐ বােলে, ক'ৰপৰা আহিলি ক’ত দিলি ভৰি, চোতালখন ফাটি গল চাটু-চাটু কৰি। কিনক নিকিনক ইয়াক এচোন এনেই কল খুৱাই লওঁ। নেদেখিছ। গুচ, গুচ, ইয়াৰপৰা ভালে ভালে। মনত বিষাদ লাগি আছে। এতিয়ালৈকে পইচা এটাও বহুনি হােৱা নাই। টেটোনা-এ, বাইটি, কেটেজেঙে নো মাৰ কিয় অাকৌ? মােলৈ দেখােন তােমাৰ বৰ মৰম ! বাইটি ! পাক এটাকে দি দেখুৱাওঁ দেই, কল এটা দিবা নাম গাই গাই নাচে। | খো । বৰ ভাল পাওঁ তােমাক মই, বৰ ভাল শুনে তােমাৰ ‘'। হাটে-বাটে শুনি আৰু তোমাৰেহে হব, বৰ ভাল পাওঁ মই । শুনিলা? দিয়া কল এটি এতিয়া বাইটি। পােহাৰী। মুখ বিসৰাই) কেনেসন কৰে এই ভেচলীমুৱাটোৱে ! গুচ, এতিয়া ভালে ভালে, নহলে দিম বুঢ়ীমাৰে ভালদৰে। মনচন বেয়া লাগি আছে। টেটোন।-বাৰু, ভাল দৰে দিব খুইছা যদি চাইটাও দিয়া। মিলে, আমি হটাও বলে পৰা হব।