পৃষ্ঠা:টেটোন তামুলী.pdf/২৪: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "১৮ টেটো-তামুলি। - - হালােৱা-মােক এফেৰি উপকাৰ কৰক দে..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
(কোনো পাৰ্থক্য নাই)

১৫:০৩, ১৫ এপ্ৰিল ২০১৯ৰ সংস্কৰণ

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৮ টেটো-তামুলি। - - হালােৱা-মােক এফেৰি উপকাৰ কৰক দেউতা হে। ঈশ্বৰে হে মিলাইছে আপােনালােকক ইখিনি পৰত। টেটোন।ভাল, আমি সাজু আছে। পূৰৰ উপকাৰ কৰাটি আমাৰ পিতৃধর্ম। বাৰু, বাটতে ধৰম ফেৰি আৰ্জি লওঁ। কি কৰিব লাগে কোৱা মাখােন। হালোৱা।হে, দেউতা হে, লৰ মাৰি গৈ সৌ বাঘৰ বুকলৈ যােৱা গৰুটো মাৰ এটা মাৰি ৰাখি দিয়াগৈ দেও হে। আৰু, ইগৰাকীয়ে ইটোলৈ, খেদা এটা মাৰ দেউতা হে। গৃহস্থ।~~-অঃ, সেইটো হব নােৱাৰে। মই এইটো চোৰ ধৰি ৰজাৰ আগলৈ আনিছে । ইয়াক মই এৰি দিব নােৱাঝে ; ই মােৰ হাতত বন্দী। টেটোন।-এ, মই বন্দী হে, তুমি যে আকৌ মােৰ লেজুত ধৰা বন্দীৰৰ বন্দী। ৰাৰু, তুমি এৰিব নােৱাৰা থাক। তােমাৰ গে ধৰ্মলৈ মতি নাই। আৰু, মােৰ পেটজনা পুজা নিদি তুমি ঘৰতে পাপ লগাই আহিছাই। মােৰ হলে পাপলৈ বৰ ভয় দেও। চাওঁ, এখা, লৰ মাৰি ধৰম ফেৰা আর্জি অহে। (গৃহস্থৰ হাতৰপৰ আলোৰ মাৰি এৰাই আগ বাঢ়ে)। গৃহস্থ। অবাক্ হৈ ভােৰভােৰাই উঃ কটা, চোৰৰ ধৰমলৈ মতি ! মই হে অকল ধনতে মজিছে ! বাৰু, ইয়াক যাবলৈ দিও। তাৰ পুণ্যৰ এভাগ কিজানি ময়য় পাম । কিয়নাে, মই এৰি দিলে হে সি যাবলৈ পাব। (ফুটাই। বাৰু যা, নপলাবি আকৌ। টেটোন।বাৰু, সেইটিলৈ ভয় কৰিব নেলাগে। অমুকাই পলৰীয়া নাম নলয়। চাই থাক,, এটা লৰত পুণ্য আর্জিমগৈ ; আৰু উলটি ইটো লৰত পৰৰ গাত পাপ মহি।। হালােৱ-ৰা, যােয়া দেউতা হে, বেগাই যােৱা। গুণ নহয় তেও ধৰম | হব। পাতে মই ইটো আগচি আনােগৈ।