পৃষ্ঠা:কমতাপুৰ ধ্বংস কাব্য.djvu/৫৭: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "পঞ্চম সৰ্গ । ৪৫ == 4 = 2 excase = s se seen so e = e = e = e = ed at a ০ \ = ১০ > ৯ - তোমা..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
JyotiPN (আলোচনা | বৰঙণি)
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
পঞ্চম সৰ্গ ।
<center>পঞ্চম সৰ্গ।</center>

৪৫
{{Blockcenter|<poem>তোমাৰ যেনুৱা দশা মোৰো হ’ব তেনে,
== 4 = 2 excase
তুমি যোৱা বনলই, ময়ো তাতে যাম!
=
কি কৰিম থাকি মই ইৰাজ-পুৰত?
s se seen so e = e = e = e = ed at
কি সুখত? আৰু আই! কাৰ মুখ চাম?
a ০ \ = ১০
>
৯ -
তোমাৰ যেনুৱা দশা মোৰে। হ’ব তেনে,
তুমি যোৱা বনলই, ময়ো তাতে যাম !
কি কৰিম থাকি মই ইৰাজ - পুৰত ?
কি সুখত ? মাৰু আই ! কাৰ মুখ চাম ?
নাগিনী ৰাখিবলই লাগে শৰ জাঠি
নাগিনী ৰাখিবলই লাগে শৰ জাঠি
নগাক,- নাগিনী যদি নাই কিয়া তাৰ
নগাক,-নাগিনী যদি নাই কিয়া তাৰ
কি কৰিব শৰ জাঠি ? লাগিছে কেলেই
কি কৰিব শৰ জাঠি? লাগিছে কেলেই
শৰ-জাঠি অকথঃত, মিছা মিছি ভাৰ ?
শৰ-জাঠি অকথাত, মিছা মিছি ভাৰ?
তোমাক ৰাখিবলই দিছিলে লিগিৰী
তোমাক ৰাখিবলই দিছিলে লিগিৰী
তোমাৰ লগত মোক, যদি তুমি যোৱ1
তোমাৰ লগত মোক, যদি তুমি যোৱাঁ
ইৰাঙ্গ পুৰত অা লাগিছে কেলেই
ইৰাজ পুৰত আৰু লাগিছে কেলেই
দখুনী বুৰীক ? আই । ভাবি তুমি চোৱা।
দখুনী বুৰীক? আই। ভাবি তুমি চোৱাঁ।
হখ হক ভুথ হক , তোমাৰ লগতে
দুখ হক সুখ হক, তোমাৰ লগতে
যাম মই, আহা ! মোক নেৰিবা বুৰীক ।
যাম মই, আহা! মোক নেৰিবা বুৰীক।
অপুত্ৰকা মই, মোৰ কোনোৱেই নাই
অপুত্ৰকা মই, মোৰ কোনোৱেই নাই
যোৱা লগতেই লই বুৰী লিগিৰীক ।
যোৱা লগতেই লই বুৰী লিগিৰীক।
এই বুলি শোকে বুৰী কান্দিব ধৰিলে
এই বুলি শোকে বুৰী কান্দিব . ধৰিলে
ইনাই-বনাই, হয়! মনৰ বেগত !
ইনাই-বনাই, হায়! মনৰ বেগত!
বুৰীলই চাই পুস্থ কলে কু ৱৰীয়ে
বুৰীলই চাই পুনু কলে কুঁৱৰীয়ে
ঠোকা-ঠেকি ধীৰে ধীবে, বেজাৰ মনত,=
ঠোকা-ঠোকি ধীৰে ধীৰে, বেজাৰ মনত,
মাইকীৰো এনে মেছে, এনুৱা মৰম।
মাইকীৰো এনে স্নেহে, এনুৱা মৰম
জীয়েকত আছে নাই নাপালো বুজিব !
জীয়েকত আছে নাই নাপালো বুজিব!
সৰুতে মৰিলে আই ! মাউৰী ছোৱালী।
সৰুতে মৰিলে আই! মাউৰী ছোৱালী।
</poem>}}