পৃষ্ঠা:কমতাপুৰ ধ্বংস কাব্য.djvu/২১১: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "________________ তৃতীয় সর্গ। কি ৰাতি কি দিন গাইছ সদাই ‘কৃ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
{{Blockcenter|<poem><center>৫</center>কি ৰাতি কি দিন গাইছ সদাই
________________
“কৃষ্ণ-নাম” সুধাময়!

“ৰাধা-কৃষ্ণ” বুলি নিতে চিয়ৰিছ,
তৃতীয় সর্গ।
হেপাহ পুৰাই লই॥
কি ৰাতি কি দিন গাইছ সদাই ‘কৃষ্ণ-নাম সুধাময়! “ৰাধা-কৃষ্ণ" বুলি নিতে চিয়ছি, হেপাহ পুৰাই লই।
এনুৱা সুখতো কি কাল পখি ! কিয়নো বিমন তই? কিননা যে ভাবিছ, কিনে, যে গুনিছ ! একো বুজা নাই মই ।
<center>৬</center>এনুৱা সুখতো কিয় কান্দ পখি!
কিয়নো বিমন তই?
কিনো যে ভাবিছ, কিনে, যে গুনিছ!
একো বুজা নাই মই॥
<center>৭</center>বধ লাগে—পখি! কছোঁ তই মোক
বধ লাগে—পথি! কছে তই মােক কি দুখত থাক কান্দি ? অৰণ্য-মাজত পৰাণৰ প্রাণ এৰি কি আহিলি স্বামী ?
কি দুখত থাক কান্দি?
বহুত কবিয়ে নানা কথা কয় দুখৰ বিষয়ে তােৰ! সছাকৈয়ে, পখি! এটীটো যে তাৰ বিশ্বাস নহয় মােৰ।
অৰণ্য-মাজত পৰাণৰ প্ৰাণ
কয় কোনো কবি, হোলি তই * স্বাধীনতা ” মহাধন।
এৰি কি আহিলি স্বামী?
<center>৮</center>বহুত কবিয়ে নানা কথা কয়
দুখৰ বিষয়ে তোৰ!
সঁছাকৈয়ে, পখি! এটীটো যে তাৰ
বিশ্বাস নহয় মোৰ॥
<center>৯</center>কয় কোনো কবি, হেৰুৱালি তই
“স্বাধীনতা” মহাধন।
</poem>}}