পৃষ্ঠা:কমতাপুৰ ধ্বংস কাব্য.djvu/২১২: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "বিৰহিণী বিলাপ কাব্য । A= ১ ৰ PAGE====, = = ==> 1 = সি খেতে তই কান্..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
{{Blockcenter|<poem>সি দুখতে তই কান্দি থাক নিতে,
বিৰহিণী বিলাপ কাব্য ।
সদা বিয়াকুল মন॥
A= ১ ৰ PAGE====,
<center>১০</center>এই কথা পখি! যিটো কবি কয়,
=
একোকে নাজানে তেঁও!
=
সংসাৰ-ক্ষেত্ৰৰ পলখত পৰি
==>
নাই লোৱা তেঁও লেও॥
1
<center>১১</center>যি দিনা অবধি আসাম মাতৃয়ে
=
সি খেতে তই কান্দি থাক নিতে,
সদা বিয়াকুল মন ॥
১ •
এই কথ। পথি! যিটো কবি কয়,
একোকে নজানে র্তে ও !
সংসাৰক্ষেত্ৰৰ পলখত পৰি
ন।াই লোৱ৷ তেঁও লেও ॥
যি দিনা অবধি অ1 সাম মাতৃয়ে
হেৰালে স্বাধীন ধন।
হেৰালে স্বাধীন ধন।
সি দিনা অৱধি অ দাম- বাসীৰ
সি দিনা অৱধি আসাম-বাসীৰ
পৰৰ অধীন মন ॥
পৰৰ অধীন মন॥
<center>১২</center>সি দিনা অৱধি অসমীয়া জাতি
১২
আনৰ গোলাম হ’ল!
সি দিনা অৱধি অসমীয়া জাতি
খোৱা, পিন্ধা, লোৱা, উঠা, বহা, শোৱা,
অনিৰ গোলাম হ’ল !
লোকৰ হাতত গ’ল!!
খোৱা, পিন্ধা, লোৱাউঠা, বহা, পোৱা,
<center>১৩</center>তথাপিও পখি! এটাৰো মুখত
লোক ৰ হাতত গ’ল !!
নাই বিষাদৰ চিন।
তথাপিও পথি । এটাৰে। মুখত
তইতো, শালিকী!—-আসামৰে পখী?
নাই বিবাদৰ চিন।
তয়ো হ’বি পৰাধীন॥
তইতো, শালিকী !—-আসামৰে পখী ?
<center>১৪</center>স্বাধীনতা গ', সেই বুলি তোৰ,
তয়ো হ’বি পৰাধীন ॥
জানিছোঁ,—নাকান্দে মন।</poem>}}
১ও
স্বাধীনতা গ', সেই বুলি তোৰ,
জানিখো9নাকান্দে মন ।