পৃষ্ঠা:কমতাপুৰ ধ্বংস কাব্য.djvu/২১৩: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "তৃতীয় সর্গ। ৩টি নীলা পৰ্ব্বতৰ কাঠনী-মাজত এৰিলি..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
{{Blockcenter|<poem>নীলা পৰ্ব্বতৰ কাঠনী-মাজত
তৃতীয় সর্গ।
এৰিলি স্বোৱামী ধন!!
৩টি
<center>১৫</center>চেঙ্গেৰা কালৰ স্বামীক এৰিলি,
নীলা পৰ্ব্বতৰ কাঠনী-মাজত
কান্দিছে সঘনে প্ৰাণ!
এৰিলি স্বোয়ামী ধন !!
চকুৰ চকুলো ওলায় দুধাৰে,
১৫
কলা ভাবনাত কান!!
চেঙ্গেৰা কালৰ স্বামীক এৰিলি,
<center>১৬</center>{{gap}}*{{gap}}*{{gap}}*{{gap}}*{{gap}}*
কান্দিছে সঘনে প্ৰাণ !
{{gap}}*{{gap}}*{{gap}}*{{gap}}*{{gap}}*
চকুৰ চকুলো ওলায় ছুখাৰে,
জুৰুলী -পুৰুলী কিয় হ’লি তই?
কলা ভাবনাত কান !
জুল -পুকী কিয় হ’লি তই ?
গাখীৰ নাখাৱ কিয়?
গাখীৰ নাখাৱ কিয় ?
নাখাই-নবই স্বামীৰ শোকত
নাখাই-নবই স্বামীৰ শোকত
মাৰিব খুজিছ জীব ?
মাৰিব খুজিছ জীব?
স’ ছাকৈয়ে যদি এৰিলি সোৱামী ।
<center>১৭</center>সঁছাকৈয়ে যদি এৰিলি স্বোৱামী।
যদি স ছাকৈয়ে হয় !
যদি সঁছাকৈয়ে হয়!
তোৰে-মোৰে দেখে। একেই দুর্দশ। ।
তোৰে-মোৰে দেখো একেই দুৰ্দ্দশ
স্বামী-বিৰহিণী মই !
স্বামী-বিৰহিণী মই!
নিষ্ঠ ৰ মানৱ নাই দয়া মায়া ;
<center>১৮</center>নিষ্ঠুৰ মানৱ! নাই দয়া মায়া;
স্বামীৰ লগৰ পৰা
স্বামীৰ লগৰ পৰা
বান্ধিলি সজাত অজলী শালিকী
বান্ধিলি সজাত অজলী শালিকী
হিয়া জুখে শোকে ভৰা ৷
হিয়া দুখে শোকে ভৰা॥
</poem>}}