পৃষ্ঠা:কমতাপুৰ ধ্বংস কাব্য.djvu/২১৭: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "চতুর্থ সর্গ। (বসন্ত) কিল্প সাজ পাৰ পিন্ধি আহিলি বস..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
{{Blockcenter|<poem><center>{{Xxx-larger|চতুৰ্থ সৰ্গ।}}<br/>⸺·×·⸺<br/><big>(বসন্ত)</big></center>
চতুর্থ সর্গ।
কিয় সাজ পাৰ পিন্ধি
(বসন্ত)
আহিলি বসন্ত! তই?
কিল্প সাজ পাৰ পিন্ধি
কালাকাল তোৰ একো নাইনে বিচাৰ?
আহিলি বসতা ! তই ?
মিচিকীয়া হাহি মাৰি
কালাকাল তোৰ একো নাইনে বিচাৰ ?
জ্বলালি হৃদয় মোৰ!—
মিচিকীয়। হাহি মাৰি
নিচিন নিৰ্ব্বোধ। —তই সময় হহাঁৰ?
লালি হৃদয় মোৰ !—
<center>২</center>স্বামী নাই ঘৰে মোৰ
নিচিন নিবোধ । —তই সময় হহঁাৰ ?
ভুঞ্জিছোঁ কেলেশ ঘোৰ,
স্বামী নাই ঘৰে মোৰ
বিৰহৰ সাগৰত ওপঙ্গি ফুৰিছো।
ভুঞ্জিচোঁ কেলেশ ঘোৰ,
জান কি বসন্ত! তই কিমান কান্দিছোঁ?
বিৰহৰ সাগৰত ওপঙ্গি ফুৰিছে। ।
<center>৩</center>বিৰহৰ সাগৰত
অন কি বসত ! তই কিমান কান্দিছে1 ?
ৰিৰ ভৰ সাগৰত
কেলেশ বিৰাজে য’ত
কেলেশ বিৰাজে য’ত
মই অভাগিণী ফুৰিছোঁভাছি ;.
মই অভাগিণী ফুৰিছোঁ ভাহি;.
কিন্তু, হে ৰসত! তই
কিন্তু, হে ৰসন্ত! তই
মোৰ ঘথে সুখী হই
মোৰ ঘথে সুখী হই
মিচিকীয়া আজি হাছিছ হাহি !
মিচিকীয়া আজি হাঁহিছ হাঁহি!</poem>}}