পৃষ্ঠা:কমতাপুৰ ধ্বংস কাব্য.djvu/২১০: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "বিৰহিণী বিলাপ কাব্য। খোজ কাঢ়ি যাম মই, যাবা উৰি উৰ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
{{Blockcenter|<poem>খোজ কাঢ়ি যাম মই, যাবা উৰি উৰি,
বিৰহিণী বিলাপ কাব্য।
বিচাৰিবা “স্বামী” তুমি, বিচাৰিম “পতি<center>⸺·×·⸺<br/><big>(শালিকী)</big></center>চুটীয়া শালিকী! –কত সুখে আছ
খোজ কাঢ়ি যাম মই, যাবা উৰি উৰি,
সুন্দৰ সজাটী লই।
বিচাৰিবা“স্বামী তুমি, বিচাৰিম “পতি
ৰূপৰ বাতিত খাইছ গাখীৰ,
&
কিয় কান্দি থাক তই?
=2
<center>২</center>নিতে নিতে আনি, দিছে তোক পখি!
>
নতুন নতুন ফল!
~
( শালিকী )
চুটীয়া শালিকী –কত সুখে আাছ
সুন্দৰ সজাটা লই ।
ৰূপৰ বাতিত খাই ছ গাখীৰ,
কিয় কান্দি থাক তই ?
নিতে নিতে আনি, দিছে তোক পথি |
নতুন নতুন ফল !
দেৱৰো-বাঞ্চিত খাইছ পায়স,
দেৱৰো-বাঞ্চিত খাইছ পায়স,
সোন্দা, চেনিচম্পা কলা ॥
সোন্দা, চেনিচম্পা কল॥
আপোন হাতেৰে চক্রবত্তি ৰজা
<center>৩</center>আপোন হাতেৰে চক্ৰবৰ্ত্তি ৰজা
কৰিছে আ৷দৰ তোক ;
কৰিছে আদৰ তোক;
ইমান সুখতে তথাপি, শালিকী ।
ইমান সুখতে তথাপি, শালিকী।
কির কৰি থাক শোক ?
কিয় কৰি থাক শোক?
<center>৪</center>ফুটুকা-ফুটুকী নানাবৰণীয়া,
ফুটুকাফুটুকী নানাৰৰ নীয়া,
ওপৰে “চাদোৱা তৰি,
ওপৰে “চাদোৱা” তৰি,
তাৰ তলে দিনি মুমন্দৰ সজাত
তাৰ তলে দিনি সুন্দৰ সজাত
তোক যে থইছে আৰি ॥
তোক যে থইছে আৰি॥</poem>}}