পৃষ্ঠা:কমতাপুৰ ধ্বংস কাব্য.djvu/২০৯: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "তৃতীয় সর্গ। কান্দিছে। মাথোন পখি ফুৰিছে। চিল্প..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
{{Blockcenter|<poem>কান্দিছোঁ মাথোন পখি ফুৰিছোঁ চিয়ঁৰি,
তৃতীয় সর্গ।
কিন্তু হায়! মিছাতে এনেই॥

<center>১০</center>কওঁ সি কাৰণে, পখি থাকাঁ মনে মনে;
কান্দিছে। মাথোন পখি ফুৰিছে। চিল্প ৰি,
সখী উ! নকৰা সখীয়তি!
কি তু হায় ! মিছাতে এনেই ।
তোমাৰ অমিয়া তানে সবে সুখ পায়,
১৩
কিন্তু মোক দিয়ে দুৰগতি॥
কওঁ সি কাৰণে, পখি থাকামনে মনে ;
<center>১১</center>সখী উ! বুলিলে তুমি স্বামীক মনত পৰে,
সখী উ নকৰা সখীয়তি
তোমাৰ অমিয়। তানে সবে সুখ পায়,
কিন্তু মোক দিসে দুৰগতি ॥
সখী উ ! বুলিলে তুমি স্বামীক মনত পৰে।
কঁপি কঁপি উঠে হিয়া
কঁপি কঁপি উঠে হিয়া
হ{ জ্ঞান নাইকিয়া,
হওঁ জ্ঞান নাইকিয়া,
স্বামীৰ ভাবনা ভাবি বিয়াকুল হওঁ !
স্বামীৰ ভাবনা ভাবি বিয়াকুল হওঁ!
মনে মনে থ। কা, পথি ভৰি চুই কওঁ ।
মনে মনে থাকা, পখি ভৰি চুই কওঁ॥
যেতিয়া ওলাব পখি ! ভাগ্য অকাশৰ বেলি,
<center>১২</center>যেতিয়া ওলাব পখি! ভাগ্য অকাশৰ বেলি,
নীলিম গগন ভেদি
নীলিম গগন ভেদি
বিৰহ এন্ধাৰ খেদি,
বিৰহ এন্ধাৰ খেদি,
তোমাৰ নিজৰ সখী পাব। তুমি পথি !
তোমাৰ নিজৰ সখী পাবা তুমি পখি!
ময়ো পাম তেতিয়াহে পৰাণৰ পতি
ময়ো পাম তেতিয়াহে পৰাণৰ পতি॥<center>⸺·×·⸺<br/><big>(কেতেকী)</big></center>ইগছ সি গছ কৰি
দলে দালে পৰি পৰি</poem>}}
(কেতেকী)
ইগছ সি গছ কৰি
দলে দালে পৰি পৰি