পৃষ্ঠা:কমতাপুৰ ধ্বংস কাব্য.djvu/২০৭: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "________________ তৃতীয় সর্গ। শুনি তােৰ কুউ মাত অন্ত জলিছে..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
{{Blockcenter|<poem>শুনি তোৰ কুউ মাত
________________
অন্তৰ জ্বলিছে মোৰ

কোকিলীৰ সুখ দেখি দুখ পাওঁ মই<center>⸺·×·⸺<br/><big>(সখীয়তী)</big></center>বাঁহ গছে গছে পৰি
তৃতীয় সর্গ।
“সখি উ! সখি উ!!’ কৰি
শুনি তােৰ কুউ মাত অন্ত জলিছে মােৰ কোকিলীৰ সুখ দেখি দুখ পাওঁ মই
(সখীয়তী)। বাঁহ গছে গছে পৰি । “সখি উ। সখি উ ॥' কৰি মাতা তুমি কোন সখী হেৰা সখীয়তী ? ' চোৱা কাক চাফালে উলটি পালটি।
মাতা তুমি কোন সখী হেৰা সখীয়তী?
চোৱাঁ কাক চাৰুফালে উলটি পালটি?
হেৰুৱালা কোন সখী কোৱাছােন হেৰা পখি ! নেদেখি কেনুৱা সখী বিচাৰি ফুৰিছা? কাৰ বিৰহত তুমি জগত ভ্রমিছা ?
<center>২</center>হেৰুৱালা কোন সখী
যি সখীৰ বিচ্ছেদ প্রাণ সদা ছট ফট ‘সখী উ। সখী উ । কৰি কৰিছা ক্রন্দন - তেওঁ কি তােমাৰ সচা বান্ধৱ ৰতন ?
কোৱাঁছোন হেৰা পখি!
তেওঁ কিতােমাৰ, পী অতি চেনেহৰ সখী ? মােহিলে তেওঁ কি পখি তোমাৰ হৃদয়। ভাবি কি তেওঁকে মন বিয়াকুল হয়?
নেদেখি কেনুৱা সখী বিচাৰি ফুৰিছা?
কাৰ বিৰহত তুমি জগত ভ্ৰমিছা?
<center>৩</center>যি সখীৰ বিচ্ছেদত
প্ৰাণ সদা ছট্ ফট্ ‘সখী উ! সখী উ!!’ কৰি কৰিছা ক্ৰন্দন,—
তেওঁ কি তোমাৰ সঁচা বান্ধৱ ৰতন?
<center>৪</center>তেওঁ কি তোমাৰ, পখী
অতি চেনেহৰ সখী?
মোহিলে তেওঁ কি পখি তোমাৰ হৃদয়?
ভাবি কি তেওঁকে মন বিয়াকুল হয়?</poem>}}