পৃষ্ঠা:কমতাপুৰ ধ্বংস কাব্য.djvu/২০৬: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "বিৰহিণী বিলাপ কাব্য বুজিবি তেতিয়া তই বিৰহ কেনুৱ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
{{Blockcenter|<poem>বুজিবি তেতিয়া তই
বিৰহিণী বিলাপ কাব্য
বুজিবি তেতিয়া তই
বিৰহ কেনুৱা ঐ,
বিৰহ কেনুৱা ঐ,
বুজিব পাৰিবি,— মই কত পাওঁ হথ ।
বুজিব পাৰিবি,— মই কত পাওঁ দুখ।
নাথাকে ততিয়1 অাৰু
নাথাকে ততিয়া আৰু
আনন্দ মনত তোৰ
আনন্দ মনত তোৰ
নাথাকিব “কুউ মাত হাহি মুৱা মুখ ৷
নাথাকিব “কুউ মাত’ হাহি মুৱা মুখ॥
কুউ কুউ গীত স্থৰ
<center>৮</center>কুউ কুউ গীত সুৰ
ভাল নালাগিব তোৰ
ভাল নালাগিব তোৰ
বিৰহে পুৰিব দেহা প্ৰাণ আদৰৰ ;.
বিৰহে পুৰিব দেহা প্ৰাণ আদৰৰ;
মলয়াৰ ৰিৱ ৰিৰ
মলয়াৰ ৰিৱ ৰিৱ
নস’ব পৰাণে তোৰ
নস’ব পৰাণে তোৰ
পকা আাম হব বিহু, বসন্ত দুখৰ ৷
পকা আম হব বিহ, বসন্ত দুখৰ॥
<center>৯</center><nowiki>*</nowiki>{{gap}}*{{gap}}*{{gap}}*
গছৰ দালত পৰি
গছৰ দালত পৰি
নাগা অীক কুউ গান ৷
নাগা অীক কুউ গান।
বিৰহে দহিছে মোৰ
বিৰহে দহিছে মোৰ
ঘনে ঘনে মন প্ৰাণ ৷৷
ঘনে ঘনে মন প্ৰাণ॥
যদি চাৱ নিজ হিত
<center>১০</center>যদি চাৱ নিজ হিত
নাথাকিবি এইখিত,
নাথাকিবি এইখিত,
মিনতি কৰিছে।, পখি জাতৰি যা তই ।
মিনতি কৰিছোঁ, পখি আঁতৰি যা তই।
</poem>}}