পৃষ্ঠা:কমতাপুৰ ধ্বংস কাব্য.djvu/২০২: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "________________ বিৰহিণী বিলাপ কাব্য। যােৱ বাৰু, দিবাৰ! নৰ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
{{Blockcenter|<poem>যােৱাঁ বাৰু, দিবাকৰ!
________________
নৰ’লা অলপাে তুমি?

যােৱাঁ তুমি যোৱাঁ গই চিৰ কাললই!
বিৰহিণী বিলাপ কাব্য।
নেদেখো আকউ যেন
যােৱ বাৰু, দিবাৰ! নৰ’লা অলপাে তুমি ? যােৱ। তুমি যোৱগই চিৰ কালই। নেদেখে। আকউ যেন পূৰ ফালে দি তােমা, নােলােৱা আৰুউ তুমি যেন ৰজা হই।
পূৱ ফালে দি তােমাক,
মেঘ ) বাৰিষা কালৰ মেঘ! শুনিছে। সেখােন মই, কটকী আছিলি বােলে ভই তাহানি কালত। চিত্রকুট পৰ্বতৰ বিৰহ ব্যাকুল যক্ষে পঠিয়াইছিলে বােলে তােকে প্রিয়াৰ কাষত ?
নােলােৱা আকউ তুমি যেন ৰঙ্গা হই॥
পয়েনে, কােন মেঘ। সেই মেষ? লই যাক কালিদাসে “মেঘদূত” কাব্য কৰিলে ৰচনা? যদি হৱ, তেনে মেঘ।
<center><big>(মেঘ)</big></center>
বাৰিষা কালৰ মেঘ!
শুনিছোঁ দেখােন মই,
কটকী আছিলি বােলে
তই তাহানি কালত।
চিত্ৰকুট পৰ্ব্বতৰ
বিৰহ ব্যাকুল যক্ষে
পঠিয়াইছিলে বােলে
তােকে প্ৰিয়াৰ কাষত?
<center>২</center>তয়েনে, কছোন মেঘ।
সেই মেঘ? লই বাৰু
কালিদাসে “মেঘদূত”
কাব্য কৰিলে ৰচনা?
যদি হৱ, তেনে মেঘ!
</poem>}}