পৃষ্ঠা:কমতাপুৰ ধ্বংস কাব্য.djvu/১৯৫: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "E« দ্বিতীয় সর্গ। ২ এs = ===AAAss = এ.এ এ n = £ = = =। নোৱাৰিলে মাত..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
{{Blockcenter|<poem>নোৱাৰিলে মাত্ৰ তোৰ কোমলাব মন!
E« দ্বিতীয় সর্গ।
কৰিলি দুগুণে মোৰ হৃদয় দহন!!
২ এs = ===AAAss = এ.এ এ
<center>৬</center>এতিয়া জানিলো মই,
n
তৰা! নিৰদয় তই,
= £
শোক সাগৰত মোক দিলি ওপঙ্গাই!
= =
জানিলো, দয়ালু লোক আকাশতো নাই!!
=।
<center>৭</center>যেই তৰা স্পৰ্শমনি,
নোৱাৰিলে মাত্র তোৰ কোমলাব মন
কৰিলি হগুণে মোৰ হৃদয় দহন
এতিয়া জানিলো মই,
তৰা নিদয় তই,
শোক সাগৰত মোক দিলি ওপঙ্গাই
জানিলো, দয়ালু লোক আকাশতো নাই !!
যেই তৰা স্পর্শমনি,
সেই তৰ। কলফনি
সেই তৰ। কলফনি
.এনে তৰালই কাৰ ভকতি ওপজে ?
এনে তৰালই কাৰ ভকতি ওপজে?
এবতৰাক কোনে তৰা বুলি ভজে
এনুৱা তৰাক কোনে তৰা বুলি ভজে?
প্ৰথমতে মন হৰে,
<center>৮</center>প্ৰথমতে মন হৰে,
পাছে উপহাস কৰে,
পাছে উপহাস কৰে,
এনুৱা তৰাৰ হাহি কোনে হাহি বোলে ?
এনুৱা তৰাৰ হাঁহি কোনে হাঁহি বোলে?
এনুৱ। হাহিত হায় ! কাৰ মন ভুলে ?
এনুৱা হাঁহিত হায়! কাৰ মন ভুলে?
যত দিন জিয়াই থাকিম,
<center>৯</center>যত দিন জিয়াই থাকিম,
এই শোক সদাই সহিম,
এই শোক সদাই সহিম,
কি দিনত, কি ৰাতিত,
কি দিনত, কি ৰাতিত,
কি শোৱা ধাৰি পাটীত,
কি শোৱা ধাৰি পাটীত,
হৃদয়ত এই শোক থাকিবই অলি !
হৃদয়ত এই শোক থাকিবই জ্বলি!
ভাল, স্বৰগৰ তৰা ! আজি শোক দিলি ।
ভাল, স্বৰগৰ তৰা! আজি শোক দিলি॥</poem>}}