পৃষ্ঠা:আভাস কাব্য.pdf/৪৬: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "জাতস কাব্য তে সি দিনা অৱধি তুমি, অহল্যা সুনন্দৰি !..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
JyotiPN (আলোচনা | বৰঙণি)
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:

জাতস কাব্য
{{Blockcenter|<poem>সিদিনা অৱধি তুমি, অহল্যা সুন্দৰি!—
তে
শিলাৰূপে তপোবনে হৰিক ধিয়ালা
সি দিনা অৱধি তুমি, অহল্যা সুনন্দৰি !—
শিলাৰূপে তপোবনে হৰি ক ধিয়ালা।
পাছে, ৰাম-পদ চুমি, ভকতি মনেৰে
পাছে, ৰাম-পদ চুমি, ভকতি মনেৰে
শাপ বিমোচন হই নিজ মুদ্ভিপালা ॥
শাপ বিমোচন হই নিজ মুৰ্ত্তিপালা॥
</poem>}}
দ্রেপদী।
<center>———————</center>
জেপদ-জীয়াৰী তুমি, জনম তোমাৰ

যজ্ঞৰ কুগুত, কৃষ্ণ প্রিয় সখা তযু,

স্বামী পঞ্চ পাণুপুত্ৰ, ভুবন বিখ্যাত
<center><big>'''দ্রৌপদী।'''</big></center>
খ্যাতী যাৰ, যাৰ কীৰ্তি মৰ্ত্তত অতুল ৷
দ্ৰোপদ-জীয়াৰী তুমি, জনম তোমাৰ
লক্ষমীস্বৰূপিনী তুমি,-দেৱ অৱতাৰ
যজ্ঞৰ কুণ্ডত, কৃষ্ণ প্রিয় সখা তযু,
পঞ্চ স্বামী তযু দেবি ! ধৰ্ম্মপুত্ৰ ৰজা
স্বামী পঞ্চ পাণ্ডুপুত্ৰ, ভূবন বিখ্যাত
ধৰ্ম্ম বীৰ যুধিষ্ঠিৰ, পবন কুমাৰ
খ্যাতী যাৰ, যাৰ কীৰ্ত্তি মৰ্ত্তত অতুল॥
ভীমমূৰ্ত্তি বৃকোদৰ, পুত্র ব্যাসৱৰ
লক্ষ্মীস্বৰূপিনী তুমি,—দেৱ অৱতাৰ
পঞ্চস্বামী তযু দেবি! ধৰ্ম্মপুত্ৰ ৰজা
ধৰ্ম্মবীৰ যুধিষ্ঠিৰ, পবন কুমাৰ
ভীমমুৰ্ত্তি বৃকোদৰ, পুত্র ব্যাসৱৰ
ধনঞ্জয় মৰতৰ নৰ নাৰায়ণ,
ধনঞ্জয় মৰতৰ নৰ নাৰায়ণ,
গ্ৰীকৃষ্ণৰ প্ৰিয়সখা, বীৰ মহাতেজী
শ্ৰীকৃষ্ণৰ প্ৰিয়সখা, বীৰ মহাতেজী
কীৰ্ত্তি যাৰ ভাৰতৰ দিগ দিগন্তৰ
কীৰ্ত্তি যাৰ ভাৰতৰ দিগ দিগন্তৰ॥
</poem>}}