পৃষ্ঠা:ডেচ্‌দিমোনা কাব্য.djvu/৩২: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধিত
+
বৈধকৃত
শিৰোনামা (noinclude):শিৰোনামা (noinclude):
১ নং শাৰী: ১ নং শাৰী:
{{center|ডেচ্‌দিমোনা}}{{right|১৫}}
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
{{center|<poem>“উচিত নহয় আৰু এই জগতত॥
{{blockcenter|<poem>{{gap}}“উচিত নহয় আৰু এই জগতত॥
{{gap}}*{{gap}}{{gap}}*{{gap}}{{gap}}*{{gap}}{{gap}}*{{gap}}{{gap}}*
{{gap}}*{{gap}}{{gap}}*{{gap}}{{gap}}*{{gap}}{{gap}}*
‘ডেচ্‌দিমোনা! প্ৰাণপ্ৰিয়া! ওথেলোৰ প্ৰাণ!!
{{gap}}“ডেচ্‌দিমোনা! প্ৰাণপ্ৰিয়া! ওথেলোৰ প্ৰাণ!!
“লোৱাঁ, প্ৰিয়ে! কৰাঁ এয়া সাদৰে গ্ৰহণ
{{gap}}“লোৱাঁ, প্ৰিয়ে! কৰাঁ এয়া সাদৰে গ্ৰহণ
‘সংসাৰৰ ভালপোৱা, স্বামীৰ মৰম,
{{gap}}‘সংসাৰৰ ভালপোৱা, স্বামীৰ মৰম,
“জীৱনৰ প্ৰতিদান! প্ৰেম পৰিণাম॥”
{{gap}}“জীৱনৰ প্ৰতিদান! প্ৰেম পৰিণাম॥”
এই বুলি কৈয়ে, সতি! হিয়াত তোমাৰ
{{gap}}এই বুলি কৈয়ে, সতি! হিয়াত তোমাৰ
তৰোৱালে স’তে ঘাপ মাৰিলে দুবাৰ॥
{{gap}}তৰোৱালে স’তে ঘাপ মাৰিলে দুবাৰ॥


( ১৭ )
{{gap}}{{gap}}{{gap}}(১৭)
কান্দি উঠে প্ৰাণ, ডেচি! হিয়া ফাটি যায়!
{{gap}}কান্দি উঠে প্ৰাণ, ডেচি! হিয়া ফাটি যায়!
অথিৰ অবিৰ হই ঘোৰ যন্ত্ৰণাত
{{gap}}অথিৰ অবিৰ হই ঘোৰ যন্ত্ৰণাত
ধৰ্ ফৰ্ ধাৰ্ ফাৰ্ কৰিলা বহুত
{{gap}}ধৰ্ ফৰ্ ধাৰ্ ফাৰ্ কৰিলা বহুত
বোৱাই তেজেৰে নই শোৱনী কোঠাত!!
{{gap}}বোৱাই তেজেৰে নই শোৱনী কোঠাত!!
“কি হ’ল? কি হ’ল?” বুলি আহিলে সোমাই
{{gap}}“কি হ’ল? কি হ’ল?” বুলি আহিলে সোমাই
ইয়াগোৰ পত্নী, সখী অমিলী (৮) তোমাৰ;
{{gap}}ইয়াগোৰ পত্নী, সখী অমিলী (৮) তোমাৰ;
ভয়ঙ্কৰ কাণ্ড দেখি, কান্দিব’ ধৰিলে
{{gap}}ভয়ঙ্কৰ কাণ্ড দেখি, কান্দিব’ ধৰিলে
ইনাই বীনাই টুকি চকুলো দুধাৰ॥
{{gap}}ইনাই বীনাই টুকি চকুলো দুধাৰ॥</poem>}}
----
----
(৮) ''Emilia.....Lago''ৰ ঘৈনিয়েক। এওঁ ডেচ্ দিমোনাৰ সখী।
(৮) ''Emilia.....Iago''ৰ ঘৈনিয়েক। এওঁ ডেচ্ দিমোনাৰ সখী।
এৱেঁই গিৰিয়েকৰ ফুচুলনিত ডেচ্ দিযোনাৰ ৰুমালখন চুৰ কৰি আনি
এৱেঁই গিৰিয়েকৰ ফুচুলনিত ডেচ্ দিমোনাৰ ৰুমালখন চুৰ কৰি আনি
''Lago''ৰ হাতত দিয়েহি।</poem>}}
''Iago''ৰ হাতত দিয়েহি।