পৃষ্ঠা:ডেচ্‌দিমোনা কাব্য.djvu/৩১: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধিত
+
বৈধকৃত
শিৰোনামা (noinclude):শিৰোনামা (noinclude):
১ নং শাৰী: ১ নং শাৰী:
{{center|ডেচ্‌দিমোনা}}{{সোঁ|১৪}}
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
{{center|<poem>“কিয় কঁপা? কিয় কান্দা সঘনে সঘনে?”
{{blockcenter|<poem>{{gap}}“কিয় কঁপা? কিয় কান্দা সঘনে সঘনে?”
দুখেৰে বুলিলা তুমি, “ডেচীৰপৰাণ!”
{{gap}}দুখেৰে বুলিলা তুমি, “ডেচীৰপৰাণ!”
“এয়ে মাথোঁ মনস্তাপ--এয়ে মাথোঁ ভয়
{{gap}}“এয়ে মাথোঁ মনস্তাপ—এয়ে মাথোঁ ভয়
“বিষম সন্দেহ ৰ’ল মনত তোমাৰ
{{gap}}“বিষম সন্দেহ ৰ’ল মনত তোমাৰ
“ই চিন্তাত মাথোঁ মোৰ দহিছে হৃদয়॥
{{gap}}“ই চিন্তাত মাথোঁ মোৰ দহিছে হৃদয়॥
“ক্ষান্ত হোৱা আজি, নাথ! ৰাতিটো পুৱাঁলে
{{gap}}“ক্ষান্ত হোৱা আজি, নাথ! ৰাতিটো পুৱাঁলে
“সন্দেহ তোমাৰ মই গুছাম মনৰ-
{{gap}}“সন্দেহ তোমাৰ মই গুছাম মনৰ—
“কাটা মাৰা যেই কৰা, কৰিবা তেতিয়া
{{gap}}“কাটা মাৰা যেই কৰা, কৰিবা তেতিয়া
“এয়েই প্ৰাৰ্থনা মোৰ শেষ জীৱনৰ॥
{{gap}}“এয়েই প্ৰাৰ্থনা মোৰ শেষ জীৱনৰ॥
“বিশ্বাসঘাতিনী মই নহওঁ তোমাৰ,
{{gap}}“বিশ্বাসঘাতিনী মই নহওঁ তোমাৰ,
“পুৱাঁ হ’লে, দিম, নাথ! প্ৰমাণ ইয়াৰ॥”
{{gap}}“পুৱাঁ হ’লে, দিম, নাথ! প্ৰমাণ ইয়াৰ॥”


( ১৬ )
{{gap}}{{gap}}{{gap}}(১৬)
ওথেলো “সাজু হোৱা, প্ৰিয়ে! তুমি মৃত্যুৰ নিমিত্তে
ওথেলো {{gap}}“সাজু হোৱা, প্ৰিয়ে! তুমি মৃত্যুৰ নিমিত্তে
“প্ৰমাণত আৰু মোৰ নাই প্ৰয়োজন!
{{gap}}“প্ৰমাণত আৰু মোৰ নাই প্ৰয়োজন!
“খন্তেক অপেক্ষা কৰা তেন্তে, প্ৰাণনাথ!”
{{gap}}“খন্তেক অপেক্ষা কৰা তেন্তে, প্ৰাণনাথ!”
বুলিলা সুন্দৰি! শুনি স্বামীৰ বচন॥
{{gap}}বুলিলা সুন্দৰি! শুনি স্বামীৰ বচন॥
“যি পাপিনী কলঙ্কিনী” বুলিলে ওথেলো
{{gap}}“যি পাপিনী কলঙ্কিনী” বুলিলে ওথেলো
“জ্বলালে অগনি মোৰ হিয়াৰ মাজত,
{{gap}}“জ্বলালে অগনি মোৰ হিয়াৰ মাজত,
“খন্তেকো থাকিব দিয়া সেই পাপীষ্ঠাক</poem>}}
{{gap}}“খন্তেকো থাকিব দিয়া সেই পাপীষ্ঠাক</poem>}}