পৃষ্ঠা:ডেচ্‌দিমোনা কাব্য.djvu/২৮: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধিত
+
বৈধকৃত
শিৰোনামা (noinclude):শিৰোনামা (noinclude):
১ নং শাৰী: ১ নং শাৰী:
{{center|ডেচ্‌দিমোনা কাব্য}}{{বাওঁ|১১}}
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
{{center|<poem>সঁচা কথা ক’লো, প্ৰিয়ে! তোমাৰ আগত॥”
{{blockcenter|<poem>{{gap}}সঁচা কথা ক’লো, প্ৰিয়ে! তোমাৰ আগত॥”
ডেচ্‌দিমোনা{{gap}}{{gap}}“স্ত্ৰীবধ কৰিব খোজা কি কাৰণে তুমি?
ডেচ্‌দিমোনা{{gap}}“স্ত্ৰীবধ কৰিব খোজা কি কাৰণে তুমি?
কোনে দিলে এনেকুৱা প্ৰবৃত্তি, হে নাথ?
{{gap}}কোনে দিলে এনেকুৱা প্ৰবৃত্তি, হে নাথ?
বিশ্বাসঘাতিনী মই নহও তোমাৰ,
{{gap}}বিশ্বাসঘাতিনী মই নহও তোমাৰ,
দ্বিচাৰিণী পত্নী মোক নাভাবা হঠাত॥
{{gap}}দ্বিচাৰিণী পত্নী মোক নাভাবা হঠাত॥
ডেচীৰ স্বোৱামী তুমি, তুমি ডেচী-প্ৰাণ,
{{gap}}ডেচীৰ স্বোৱামী তুমি, তুমি ডেচী-প্ৰাণ,
খাওঁতে শোওঁতে মোৰ তুমিয়েই ধ্যান॥
{{gap}}খাওঁতে শোওঁতে মোৰ তুমিয়েই ধ্যান॥


( ১২ )
{{gap}}{{gap}}{{gap}}( ১২ )
ওথেলো{{gap}}{{gap}}“পৰাণৰ ডেচি! তুমি আছিলা এদিন
ওথেলো{{gap}}“পৰাণৰ ডেচি! তুমি আছিলা এদিন
স্বৰগৰ দেবী, কিন্তু আজি ৰাক্ষসিনী!
{{gap}}স্বৰগৰ দেবী, কিন্তু আজি ৰাক্ষসিনী!
চোৱাঁ আপনাৰ হিয়া, কলঙ্কৰ ৰেখা
{{gap}}চোৱাঁ আপনাৰ হিয়া, কলঙ্কৰ ৰেখা
আপুনি আঁকিলা তুমি, হই কলঙ্কিনী।”
{{gap}}আপুনি আঁকিলা তুমি, হই কলঙ্কিনী।”
“হিয়াৰ মাজত মোৰ” বুলিলা, সুন্দৰি!
{{gap}}“হিয়াৰ মাজত মোৰ” বুলিলা, সুন্দৰি!
কলঙ্ক-ৰেখাৰ চিন ক’তো, নাথ! নাই,
{{gap}}কলঙ্ক-ৰেখাৰ চিন ক’তো, নাথ! নাই,
আছে মাথোঁ এটি মুৰ্ত্তি, সি মূৰ্ত্তি তোমাৰ
{{gap}}আছে মাথোঁ এটি মুৰ্ত্তি, সি মূৰ্ত্তি তোমাৰ
ডেচীয়ে মনত যাক নিতউ ধিয়াঁই॥”
{{gap}}ডেচীয়ে মনত যাক নিতউ ধিয়াঁই॥”
“সি পাপতে, তেন্তে, প্ৰিয়ে! মৰণ তোমাৰ”
{{gap}}“সি পাপতে, তেন্তে, প্ৰিয়ে! মৰণ তোমাৰ”
“বুলিলে ওথেলো ধীৰে। বুলিলা, সুন্দৰি!
{{gap}}“বুলিলে ওথেলো ধীৰে। বুলিলা, সুন্দৰি!
মৰণৰ ভয়, নাথ! নকৰে ডেচীয়ে;</poem>}}
{{gap}}মৰণৰ ভয়, নাথ! নকৰে ডেচীয়ে;</poem>}}