পৃষ্ঠা:ডেচ্‌দিমোনা কাব্য.djvu/২৭: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধিত
+
বৈধকৃত
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
{{center|<poem>মৃত্যুৰ নিমিত্তে সাজু নোহোৱা জনক॥
{{blockcenter|<poem>মৃত্যুৰ নিমিত্তে সাজু নোহোৱা জনক॥
কিন্তু তুমি লোৱাঁ সই অতীত পাপৰ
কিন্তু তুমি লোৱাঁ সই অতীত পাপৰ
অনুতাপ কৰাঁ আজি সি পাপ সুমৰি,
অনুতাপ কৰাঁ আজি সি পাপ সুমৰি,
১০ নং শাৰী: ১০ নং শাৰী:
কঁপি কঁপি কলা “নাথ! অগতিৰ গতি
কঁপি কঁপি কলা “নাথ! অগতিৰ গতি
ৰাখোক ডেচীক প্ৰভু জগতৰ পতি॥”
ৰাখোক ডেচীক প্ৰভু জগতৰ পতি॥”

( ১১ )
{{gap}}{{gap}}{{gap}}( ১১ )
“ময়ো তাকে কওঁ, প্রিয়ে!” বুলিলে ওথেলো,
“ময়ো তাকে কওঁ, প্রিয়ে!” বুলিলে ওথেলো,
অস্তৰে সইতে কওঁ, ৰাখোক ঈশ্বৰে।”
অস্তৰে সইতে কওঁ, ৰাখোক ঈশ্বৰে।”
তেন্তে, নাথ! তুমি হত্যা নকৰাঁ ডেচীক
তেন্তে, নাথ! তুমি হত্যা নকৰাঁ ডেচীক
অকালত আজি?” তুমি বুলিলা সাদৰে॥
অকালত আজি?” তুমি বুলিলা সাদৰে॥
ওথেলো “কৰা তুমি অনুতাপ অতীত পাপৰ
ওথেলো &nbsp;&nbsp;&nbsp;“কৰা তুমি অনুতাপ অতীত পাপৰ
সি পাপৰ ক্ষমা মাগা প্রভৃৰ কাষত;
সি পাপৰ ক্ষমা মাগা প্রভুৰ কাষত;
মতুবা, নিশ্চয় আজি বধিম তোমাক</poem>}}
নতুবা, নিশ্চয় আজি বধিম তোমাক</poem>}}