পৃষ্ঠা:ডেচ্‌দিমোনা কাব্য.djvu/২৫: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধিত
+
বৈধকৃত
শিৰোনামা (noinclude):শিৰোনামা (noinclude):
১ নং শাৰী: ১ নং শাৰী:
{{center|ডেচ্‌দিমোনা}}{{right|৮}}
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
{{center|<poem>কলঙ্কৰ মহি, প্রিয়ে! নিৰ্ম্মল মুখত?
{{blockcenter|<poem>কলঙ্কৰ মহি, প্রিয়ে! নিৰ্ম্মল মুখত?
পবিত্র বংশত কিয় কলঙ্ক আনিলা?
পবিত্র বংশত কিয় কলঙ্ক আনিলা?
হে ঈশ্বৰ! কৃপা কৰি কৰাঁ দৈববাণী
হে ঈশ্বৰ! কৃপা কৰি কৰাঁ দৈববাণী
ডেচ্ দিমোনা পতিব্ৰতা সতীত্বৰ খনি॥”
ডেচ্ দিমোনা পতিব্ৰতা সতীত্বৰ খনি॥”

( ৮ )
{{gap}}{{gap}}{{gap}}( ৮ )
ধীৰে ধীৰে সাৰ পাই, উঠিলা, সুন্দৰী!
ধীৰে ধীৰে সাৰ পাই, উঠিলা, সুন্দৰী!
চকুমেলি চাই, তুমি স্বামীক দেখিলা
চকুমেলি চাই, তুমি স্বামীক দেখিলা
( ডেচীৰ প্ৰাণৰ প্ৰাণ হৃদয়-দেবতা )
(ডেচীৰ প্ৰাণৰ প্ৰাণ হৃদয়-দেবতা)
বিষাদিত দেখি মুখ, সাদৰে শুধিলা
বিষাদিত দেখি মুখ, সাদৰে শুধিলা
“কিয় আজি বিষাদিত দেখো, প্ৰাণনাথ?
“কিয় আজি বিষাদিত দেখো, প্ৰাণনাথ?