পৃষ্ঠা:ডেচ্‌দিমোনা কাব্য.djvu/২৪: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধিত
+
বৈধকৃত
শিৰোনামা (noinclude):শিৰোনামা (noinclude):
১ নং শাৰী: ১ নং শাৰী:
{{center|ডেচ্‌দিমোনা}}{{বাওঁ|৭}}
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
{{center|<poem>প্রণয়ৰ মোহ তাত? তাত ভাল পোৱা?
{{blockcenter|<poem>প্রণয়ৰ মোহ তাত? তাত ভাল পোৱা?
কিয় জন্মে? কিয় হয় নুবুজোঁ কাৰণ॥”
কিয় জন্মে? কিয় হয় নুবুজোঁ কাৰণ॥”
এই বুলি পুনু, সতি! স্বামীয়ে তোমাৰ
এই বুলি পুনু, সতি! স্বামীয়ে তোমাৰ
৭ নং শাৰী: ৭ নং শাৰী:
টোপাটোপে চকুপানী ওলালে চকুৰ
টোপাটোপে চকুপানী ওলালে চকুৰ
কান্দিলে ওথেলো, হায়! দাৰুণ শোকত॥
কান্দিলে ওথেলো, হায়! দাৰুণ শোকত॥

( ৭ )
{{gap}}{{gap}}{{gap}}( ৭ )
কি ভাব মনত, হায়! পুনু উপজিলে,
কি ভাব মনত, হায়! পুনু উপজিলে,
আকউ তোমাক চাই বুলিব’ ধৰিলে,
আকউ তোমাক চাই বুলিব’ ধৰিলে,
১৫ নং শাৰী: ১৬ নং শাৰী:
খাওঁতে শোওঁতে, প্রিয়া! প্রতিমা তোমাৰ
খাওঁতে শোওঁতে, প্রিয়া! প্রতিমা তোমাৰ
সতত সঙ্গিনী মোৰ,—পৰাণৰ সখী
সতত সঙ্গিনী মোৰ,—পৰাণৰ সখী
হৃদয়ৰ অধীশ্বৰী শান্তিৰ আধার॥
হৃদয়ৰ অধীশ্বৰী শান্তিৰ আধা{{বঙালী ৰ}}॥
কিন্তু প্রিয়ে! কি কাৰণে জ্বলালা অগনি
কিন্তু প্রিয়ে! কি কাৰণে জ্বলালা অগনি
ওথেলোৰ হৃদয়ত? কিয়নো ঘঁহিলা</poem>}}
ওথেলোৰ হৃদয়ত? কিয়নো ঘঁহিলা</poem>}}