পৃষ্ঠা:ডেচ্‌দিমোনা কাব্য.djvu/১৯: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধিত
+
বৈধকৃত
শিৰোনামা (noinclude):শিৰোনামা (noinclude):
১ নং শাৰী: ১ নং শাৰী:
{{center|ডেচ্‌দিমোনা}}{{right|২}}
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
৩ নং শাৰী: ৩ নং শাৰী:
|-
|-
|<poem><center>(১)</center>
|<poem><center>(১)</center>
{{gap}}ব্ৰেবান্তিৱ (১) কন্যা তুমি,জন্ম ভেনিচত,
ব্ৰেবান্তিৰ (১) কন্যা তুমি,জন্ম ভেনিচত,
{{gap}}সৰ্ব্বৰূপ গুণযুতা, অতীব সুন্দৰী;
সৰ্ব্বৰূপ গুণযুতা, অতীব সুন্দৰী;
{{gap}}ঐশ্বৰ্য্য ধনৰ কিন্তু আশা পৰিহৰি
ঐশ্বৰ্য্য ধনৰ কিন্তু আশা পৰিহৰি
{{gap}}মন প্ৰাণ সঁপিছিলা তুমি ওথেলোত (২)॥
মন প্ৰাণ সঁপিছিলা তুমি ওথেলোত (২)॥
{{gap}}কৃষ্ণবৰ্ণ ‘মুৰ’ (৩) বংশে জন্ম ওথেলোৰ,
কৃষ্ণবৰ্ণ ‘মুৰ’ (৩) বংশে জন্ম ওথেলোৰ,
{{gap}}আছিলে ওথেলে নিজে অতি কদাকৃতি,
আছিলে ওথেলে নিজে অতি কদাকৃতি,
{{gap}}কিন্তু গুনি গল্পচ্ছলে বীৰোচিত কীৰ্ত্তি
কিন্তু গুনি গল্পচ্ছলে বীৰোচিত কীৰ্ত্তি
{{gap}}ওথেলোতে দিলো সঁপি জীৱন নিজৰ (8)॥
ওথেলোতে দিলো সঁপি জীৱন নিজৰ (8)॥
{{gap}}ওথেলো তোমাক পাই স্বৰ্গঢুকি পালে,
ওথেলো তোমাক পাই স্বৰ্গঢুকি পালে,
{{gap}}ওথেলোক পাই তুমি ভাহিলা সুখত;
ওথেলোক পাই তুমি ভাহিলা সুখত;</poem>
|}</center>
----
----
{{gap}}(১) Brabantioৰ। এওঁ ডেচ্‌দিমোনাৰ (Desdemona)
{{gap}}(১) Brabantioৰ। এওঁ ডেচ্‌দিমোনাৰ (Desdemona)
বাপেক।
বাপেক।<br/>
{{gap}}(২) Othelloত। এওঁ ডেচ্‌দিমোনাৰ স্বামী।
{{gap}}(২) Othelloত। এওঁ ডেচ্‌দিমোনাৰ স্বামী।<br/>
{{gap}}(৩) Moor বুলি এজাতি মানুহ। এই জাতিৰ মানুহবিলাক
{{gap}}(৩) Moor বুলি এজাতি মানুহ। এই জাতিৰ মানুহবিলাক
বৰ ক’লা অাৰু কদাকাৰ। ওথেলোও এই মুৰ জাতীয়ই।
বৰ ক’লা অাৰু কদাকাৰ। ওথেলোও এই মুৰ জাতীয়ই।<br/>
{{gap}}(8) ডেচ্‌দিমোনাই বহুত ৰূপবান গুনবান আৰু ঐশ্বৰ্য্যশালী
{{gap}}(8) ডেচ্‌দিমোনাই বহুত ৰূপবান গুনবান আৰু ঐশ্বৰ্য্যশালী
ৰজা বিলাককো প্ৰত্যাখান কৰি, কৃষ্ণকায় মুৰ ওথেলোত প্ৰাণমন
ৰজা বিলাককো প্ৰত্যাখান কৰি, কৃষ্ণকায় মুৰ ওথেলোত প্ৰাণমন
২৪ নং শাৰী: ২৫ নং শাৰী:
সেই প্ৰেম ওথেলোৰ এক কথাতেই প্ৰকাশ পাইছে:- She loved
সেই প্ৰেম ওথেলোৰ এক কথাতেই প্ৰকাশ পাইছে:- She loved
me for the dangers I had passed, And I loved her that
me for the dangers I had passed, And I loved her that
she did pity them."</poem>
she did pity them."
|}</center>