পৃষ্ঠা:ডেচ্‌দিমোনা কাব্য.djvu/৯: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধিত
+
বৈধকৃত
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
<center><big>'''পাতনি।'''</big></center>
<center>

{|
<div style="text-align: center;">
|-
<div style="display: inline-block; text-align: left;">
|{{center|<poem><big>পাতনি।</big>
“ভাল বন্দী পালা তুমি, দুৰাশা ডাকিনি!—
<poem>“ভাল বন্দী পালা তুমি, দুৰাশা ডাকিনি!—
কৰিব’ তোমাৰ পূৰ মনৰ কামনা
কৰিব’ তোমাৰ পূৰ মনৰ কামনা
কোৱাইছা যেই-সেই তুমি, পিশাচিনি!—
কোৱাইছা যেই-সেই তুমি, পিশাচিনি!—
যেইসেই কৰাইছা নকৰি ভাবনা!!”</poem>}}
যেইসেই কৰাইছা নকৰি ভাবনা!!”</poem>
</div>
|-
</div>
|<poem>{{gap}}অামাৰ অনন্ত দুৰাশাৰ অন্ত নাই! জগতৰ সৰ্ব্বপ্ৰধান কবি,

{{gap}}অামাৰ অনন্ত দুৰাশাৰ অন্ত নাই! জগতৰ সৰ্ব্বপ্ৰধান কবি,
কবিকুল শিৰোমণি চেক্ষপীৰ ক’ত? আৰু আমাৰ নিচিনা ক্ষুদ্ৰতকৈ ও
কবিকুল শিৰোমণি চেক্ষপীৰ ক’ত? আৰু আমাৰ নিচিনা ক্ষুদ্ৰতকৈ ও
ক্ষুদ্ৰ, নগণ্য প্ৰাণী ক’ত? অথছ, দুৰাশা ডাকিনীয়ে পাই আমাক
ক্ষুদ্ৰ, নগণ্য প্ৰাণী ক’ত? অথছ, দুৰাশা ডাকিনীয়ে পাই আমাক
যিইচ্ছা তা’কে কৰাইছে!!
যিইচ্ছা তা’কে কৰাইছে!!

{{gap}}এই “ডেচ্ দিমোনা' কাব্যখনি আমাৰ সেই দুৰাশাৰেই ফল।
{{gap}}এই “ডেচ্ দিমোনা' কাব্যখনি আমাৰ সেই দুৰাশাৰেই ফল।
মহাকবি চেক্ষপীৰৰ “ওথেলো” নাটকৰ প্ৰধান নায়িকা “ডেচ্ দিমোনা”ৰ
মহাকবি চেক্ষপীৰৰ “ওথেলো” নাটকৰ প্ৰধান নায়িকা “ডেচ্ দিমোনা”ৰ
ছঁয়ালৈ এই ক্ষুদ্ৰ কাব্যৰ অবতাৰণা। মৰমীয়াল পাঠক পাঠিকা
ছঁয়ালৈ এই ক্ষুদ্ৰ কাব্যৰ অবতাৰণা। মৰমীয়াল পাঠক পাঠিকা
সকলে যেন লিখোতাৰ দুঃসাহস মাৰ্জনা কৰে, ইয়াকেহে গোহাৰি
সকলে যেন লিখোতাৰ দুঃসাহস মাৰ্জ্জনা কৰে, ইয়াকেহে গোহাৰি
কৰিলো।
কৰিলো।

{{gap}}শেহত কওঁ, যে এই পুথিখনি লিখিবৰ আজি বহুত দিন হ’ল।
{{gap}}শেহত কওঁ, যে এই পুথিখনি লিখিবৰ আজি বহুত দিন হ’ল।
নানাৰকম অসুবিধা গতিকে, ইমানদিনে পুথি খনিৰে ৰাইজৰ আগত
নানাৰকম অসুবিধা গতিকে, ইমানদিনে পুথি খনিৰে ৰাইজৰ আগত
২২ নং শাৰী: ২৬ নং শাৰী:
বিদ্যোৎসাহী ম্যানেজাৰ শ্ৰীযুৎ জিতেন্দ্ৰকুমাৰ দাস মহোদয়ে আগ্ৰহ কৰি
বিদ্যোৎসাহী ম্যানেজাৰ শ্ৰীযুৎ জিতেন্দ্ৰকুমাৰ দাস মহোদয়ে আগ্ৰহ কৰি
ইয়াক প্ৰকাশ কৰে। এই কাৰ্য্যৰ নিমিত্তে তেখেতৰ ওছৰত লিখোঁতা
ইয়াক প্ৰকাশ কৰে। এই কাৰ্য্যৰ নিমিত্তে তেখেতৰ ওছৰত লিখোঁতা
চিৰঋণী,-আৰু, লগেলগে, পাঠক সকলৰো তেখেত শলাগৰ পাত্ৰ।
চিৰঋণী,—আৰু, লগেলগে, পাঠক সকলৰো তেখেত শলাগৰ পাত্ৰ।

{{gap}}{{gap}}{{gap}}{{gap}}{{gap}}{{gap}}ইতি। ২৯।১।১৭-লিখোঁতা।</poem>
{{align|right|ইতি। ২৯।১।১৭—লিখোঁতা।}}
|}</center>