পৃষ্ঠা:ডেচ্‌দিমোনা কাব্য.djvu/২০: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "ডেচ jদমোন । কিন্তুহায় ! কান্দে প্ৰাণ ! কপাল-দোষত দু..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
{{center|<poem>কিন্তু, হায়! কান্দে প্ৰাণ! কপাল-দোষত
ডেচ jদমোন ।
দুষ্ট ইয়াগোৱে (৫) পাছে, বিপদ ঘটালে॥
কিন্তুহায় ! কান্দে প্ৰাণ ! কপাল-দোষত
অন্তৰ কুভাবে ভৰা দুষ্ট ইয়াগোৰ
দুষ্ট ইয়াগোৱে ( ) পাছে, বিপদ ঘটালে ৷
ইয়াগো নীচ প্ৰকৃতি, পাপীষ্ঠ দোৰ্ঘোৰ॥
অস্তৰ কুভাবে ভৰ৷ দুষ্ট ইয়াগোৰ।

ইয়াগো নাচ প্রকৃতি, পাপীষ্ঠ দোৰ্ঘোৰ ॥
( 2 )
( )
কত ষড়যন্ত্ৰ কৰি, কান্দি উঠে প্রাণ!
কত ষড়যন্ত্ৰ কৰি, কান্দি উঠে প্ৰাণ!
কেচিওৰে স’তে ( ), সতি! দিলে অপবাদ
কেচিওৰে স’তে (৬), সতি! দিলে অপবাদ
দুষ্টমতি ইয়াগোৱে,সন্দেহ জন্মাই
দুষ্টমতি ইয়াগোৱে, সন্দেহ জন্মাই
ওথেলোৰ অন্তৰত, ঘটালে প্রমাদ !
ওথেলোৰ অন্তৰত, ঘটালে প্ৰমাদ!
সতীত্বত কবি, সতি! বিষম সন্দেহ
সতীত্বত কৰি, সতি! বিষম সন্দেহ
উন্মাদৰ দৰে হ’ল যোৱামা তোমাৰ
উন্মাদৰ দৰে হ’ল স্বোৱামী তোমাৰ
বিষাদ ডাৱৰে আহি বেলি ওথেলোৰ
বিষাদ ডাৱৰে আহি বেলি ওথেলোৰ
ঢাকিলে হঠাত, হায় ! কৰি অন্ধকাৰ ॥
ঢাকিলে হঠাত, হায়! কৰি অন্ধকাৰ॥
কত যে হেপাহ কৰি হৃদয়ক্ষেত্ৰত
কত যে হেপাহ কৰি হৃদয়-ক্ষেত্ৰত
যি লাহৰী আশালতা ৰূলে ওথেলোই
যি লাহৰী আশালতা ৰূলে ওথেলোই
----
( ) Iago–এওঁ এজন সৈনিক ; এওঁ বৰ কুপ্ৰকৃতিৰ মানুহ
(৫) Iago–এওঁ এজন সৈনিক; এওঁ বৰ কুপ্ৰকৃতিৰ মানুহ
আছিল।
আছিল।
( 6 ) Cassio এওঁ এজন সৈনিক । ইয়াগোৱে মিছা বড়যন্ত্ৰ কৰি
() Cassio এওঁ এজন সৈনিক। ইয়াগোৱে মিছা ষড়যন্ত্ৰ কৰি
এওঁৰে সৈতেই ডে দিমোনাৱ অপবাদ দিয়ে । ওথেলোৰ মনত বিষম
এওঁৰে সৈতেই ডেচ্‌দিমোনাৱ অপবাদ দিয়ে। ওথেলোৰ মনত বিষম
সন্দেহ উপস্থিত হই, উন্মাদৰ দৰে হয়।
সন্দেহ উপস্থিত হই, উন্মাদৰ দৰে হয়।
</poem>}}