পৃষ্ঠা:ডেচ্‌দিমোনা কাব্য.djvu/২১: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "ডেচ দিমোনা । বিষম সন্দেহৰূপী কালমূৰ্ত্তি ৰ'দে সে..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
{{center|<poem>বিষম সন্দেহৰূপী কালমূৰ্ত্তি ৰ’দে
ডেচ দিমোনা ।
সেই লতা অকালত পেলালে শুকাই!!
বিষম সন্দেহৰূপী কালমূৰ্ত্তি ৰ'দে
সন্দেহৰ সাগৰত ভাহিলে ওথেলো,—
সেই লতা অকালত পেলালে শুকাই !!
উন্মাদ ওথেলো আজি শান্তি হেৰুৱাই!!
সন্দেহৰ সাগৰত ভাহিলে ওথেলো

উন্মাদ ওথেলো আজি শান্তি হেৰুৱাই !!
5 .
( ৩ )
( ৩ )
কান্দি উঠে প্রাণ, সতি! নচলে লেখনী,
কান্দি উঠে প্ৰাণ, সতি! নচলে লেখনী,
কঁপি কঁপি উঠে হিয়া পৰিলে মনত,
কঁপি কঁপি উঠে হিয়া পৰিলে মনত,
গভীৰ দুপৰ নিশ, কি মনত ভাবি,
গভীৰ দুপৰ নিশা, কি মনত ভাবি,
আহিল ওথেলো যৱে তোমাৰ কাষত ॥
আহিল ওথেলো যৱে তোমাৰ কাষত॥
উন্মাদৰ দৰে, হায় ! ( টোপনি তোমাৰ )
উন্মাদৰ দৰে, হায়! ( টোপনি তোমাৰ )
তোমাৰ মূ-খনি চাই মনপ্রাণ হৰ৷
তোমাৰ মু-খনি চাই মনপ্ৰাণ হৰা
বুলিলে ওথেলো,—‘জানো, এয়েই কাৰণ ।
বুলিলে ওথেলো,—“জানো, এয়েই কাৰণ।
“চাই যোৱাঁ আহি, হেৰা আকাশৰ তৰা।”
“চাই যোৱ। আহিহেৰ আকাশৰ তৰা ।”
পুনু মনে ভাবি কিবাবুলিলে আকউ,
পুনু মনে ভাবি কিবা, বুলিলে আকউ,
তোমাক নকৰে। আজি হত্যা প্রাণপ্রিয় !
তোমাক নকৰোঁ আজি হত্যা প্ৰাণপ্ৰিয়া!
ঢোপাকলি ফুলপাহি নউ ফুলোতেই
ঢোপাকলি ফুলপাহি নউ ফুলোতেই
কিসতেৰে কৰোঁ নাশ ? বিদৰিছে হিয়৷ !!”
কিসঁতেৰে কৰোঁ নাশ? বিদৰিছে হিয়া!!”
ই বুলি হাতৰ পৰা দিলে দলিয়াই
ই বুলি হাতৰ পৰা দিলে দলিয়াই
তৰোৱাল খনি, সতি ! কাঢ়ি হমুনীয়া !!
তৰোৱাল খনি, সতি! কাঢ়ি হমুনীয়া!!
</poem>}}
( 2 )