পৃষ্ঠা:ডেচ্‌দিমোনা কাব্য.djvu/২৩: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "ডেচ দিমোনা। তোমাৰ, পৰাণভৰি খালে এটি চুমা জীৱনৰ শে..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
{{center|<poem>তোমাৰ, পৰাণভৰি খালে এটি চুমা
ডেচ দিমোনা।
জীৱনৰ শেষ , কত হেপাহত॥
তোমাৰ, পৰাণভৰি খালে এটি চুমা
আৰু এটি খালে, ডেচি! বুলিব’ ধৰিলে
জীৱনৰ শেষ , কত হেপাহত ॥
উন্মাদৰ দৰে চাই তোমাৰ মুখনি,-
আৰু এটি খালে, ডেচি! বুলিব’ ধৰিলে।
অাৰু এটি, প্ৰাণপ্ৰিয়া! ওথেলোৰ প্ৰাণ!
উন্মাদৰ দৰে চাই তোমাৰ মুখনি,
আৰু দিয়া এটি চুমা হিয়া জুৰনী॥
অাৰু এটি, প্রাণপ্রিয়া ! ওথেলোৰ প্ৰাণ!
ডেচ্‌দিমোনা! প্ৰাণপ্ৰিয়া! — ওথেলো পিশাচ!
আৰু দিয়৷ এটি চুমা হিয়া জুৰনী ॥
শিলেৰে বন্ধাই হিয়া আজি অকালত
ডেচদিমোনা ! প্ৰাণপ্ৰিয়া ! — -ওথেলে৷ পিশাচ !
বধিম তোমাৰ প্ৰাণ! থাকিবানে প্ৰিয়ে!
শিলেৰে বন্ধাই হিয়া৷ আজি অকালত
ই মোহিনী মুৰ্ত্তি লই মৃত্যুৰো পাছত?
বধিম তোমাৰ প্ৰাণ ! থাকিবানে প্রিয়ে!
তোমাৰ মৃত্যুত, প্ৰিয়ে! কান্দিম বীনাই!
ই মোহিনী মুৰ্ত্তি লই মৃত্যুৰো পাছত ?
দিয়াঁ খাওঁ চুমা এটি হেপাহ পূৰাই॥
তোমাৰ মৃত্যুতপ্রিয়ে! কান্দিম বীনাই !

দিয়া খাওঁ চুমা এটি হেপাহ পূনাই ॥
( ৬ )
( ৬ )
মোহ মায়া ভালপোৱা স্নেহ সংসাৰৰ
মোহ মায়া ভালপোৱা স্নেহ সংসাৰৰ
কৰ্ত্তব্য পথত যেন জেউ বগৰিৰ !
কৰ্ত্তব্য পথত যেন জেউ বগৰিৰ!
মুহুৰ্ত্তৰ পাছে যাৰ প্ৰাণৰূপী পখী
মুহুৰ্ত্তৰ পাছে যাৰ প্ৰাণৰূপী পখী
এৰি যাব দেহ-সজা নশ্বৰ শৰীৰ ॥
এৰি যাব দেহ-সজা নশ্বৰ শৰীৰ॥
কি আশ্চৰ্য্য লীলা, হায় ! বুজিব নোৱাৰোঁ,
কি আশ্চৰ্য্য লীলা, হায়! বুজিব নোৱাৰোঁ,
তালই ওপজে মায়া ? ভালই মৰম ?
তালই ওপজে মায়া? তালই মৰম?</poem>}}