পৃষ্ঠা:ডেচ্‌দিমোনা কাব্য.djvu/২৮: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "১১ ডেচ দিমোনা। স চা কথা ক’লো, প্রিয়ে! তোমাৰ আগত ॥”..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
{{center|<poem>সঁচা কথা ক’লো, প্ৰিয়ে! তোমাৰ আগত॥”
১১
ডেচ্‌দিমোনা{{gap}}{{gap}}“স্ত্ৰীবধ কৰিব খোজা কি কাৰণে তুমি?
ডেচ দিমোনা।
কোনে দিলে এনেকুৱা প্ৰবৃত্তি, হে নাথ?
স চা কথা ক’লো, প্রিয়ে! তোমাৰ আগত ॥”
ডেচ দিমোনা - “স্ত্ৰীবধ কৰিব খোজা কি কাৰণে তুমি ?
কোনে দিলে এনেকুৱা প্রবৃত্তি, হে নাথ ?
বিশ্বাসঘাতিনী মই নহও তোমাৰ,
বিশ্বাসঘাতিনী মই নহও তোমাৰ,
দ্বিচাৰিণী পত্নী মোক নাভাবা হঠাত ॥
দ্বিচাৰিণী পত্নী মোক নাভাবা হঠাত॥
ডেচীৰ স্বোৱামী তুমি, তুমি ডেচী-প্ৰাণ,
ডেচীৰ স্বোৱামী তুমি, তুমি ডেচী-প্ৰাণ,
খাওঁতে শোওতে মোৰ তুমিয়েই ধ্যান ॥
খাওঁতে শোওঁতে মোৰ তুমিয়েই ধ্যান॥

}}
( ১২ )
( ১২ )
ওথেলো “পৰাণৰ ডেচি! তুমি জাছিলা এদিন
ওথেলো{{gap}}{{gap}}“পৰাণৰ ডেচি! তুমি আছিলা এদিন
স্বৰগৰ দেবী, কিন্তু আজি ৰাক্ষসিনী!
স্বৰগৰ দেবী, কিন্তু আজি ৰাক্ষসিনী!
চোৱাঁ আপনাৰ হিয়া, কলঙ্কৰ ৰেখা
চোৱাআপনাৰ হিয়াকলঙ্কৰ ৰেখা
আপুনি জাকিলা তুমি, হই কলঙ্কিনী ।”
আপুনি আঁকিলা তুমি, হই কলঙ্কিনী।”
“হিয়াৰ মাজত মোৰ” বুলিলাসুন্দৰি !
“হিয়াৰ মাজত মোৰ” বুলিলা, সুন্দৰি!
কলঞ্চ-ৰেখাৰ চিন ক’তো, নাথ ! নাই,
কলঙ্ক-ৰেখাৰ চিন ক’তো, নাথ! নাই,
আছে মাথোঁ এটি মুর্তি, সি মূৰ্ত্তি তোমাৰ
আছে মাথোঁ এটি মুৰ্ত্তি, সি মূৰ্ত্তি তোমাৰ
ডেচীয়ে মনত যাক নিতউ ধিয়াই ॥”
ডেচীয়ে মনত যাক নিতউ ধিয়াঁই॥”
“সি পাপতে, তেন্তে, প্রিয়ে! মৰণ তোমাৰ ”
“সি পাপতে, তেন্তে, প্ৰিয়ে! মৰণ তোমাৰ”
“বুলিলে ওথেলো ধীৰে। বুলিলা, সুন্দৰি !
“বুলিলে ওথেলো ধীৰে। বুলিলা, সুন্দৰি!
মৰণৰ ভয়, নাথ ! নকৰে ডেচীয়ে ;
মৰণৰ ভয়, নাথ! নকৰে ডেচীয়ে;</poem>}}