পৃষ্ঠা:ডেচ্‌দিমোনা কাব্য.djvu/২৯: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "ডেচ দিমোনা । - - - ----------- “কিন্তু, নাথ ! কোৱাঁ মোক আজি কৃ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
{{center|<poem>“কিন্তু, নাথ! কোৱাঁ মোক আজি কৃপা কৰি,
ডেচ দিমোনা ।
“সন্দেহ কিয়নো কৰা মোৰ চৰিত্ৰত?
- -
“ভাঙ্গি কোৱা মোক, নাথ, ধৰিছোঁ পাৱত॥”
- -----------

“কিন্তু, নাথ ! কোৱাঁ মোক আজি কৃপা কৰি,
“সন্দেহ কিয়নো কৰ। মোৰ চৰিত্ৰত ?
“ভাঙ্গি কোৱ#8মোক, নাথ, ধৰিছে। পাৱত ॥”
( ১৩ )
( ১৩ )
ওথেলো‘প্রণয়ৰ উপহাৰ, ভালপোৱা-চিন
ওথেলো{{gap}}{{gap}}“প্ৰণয়ৰ উপহাৰ, ভালপোৱা-চিন
“দিছিলো তোমাক, প্রিয়ে ৰুমাল পাটৰ ;
“দিছিলো তোমাক, প্ৰিয়ে ৰুমাল পাটৰ;
“সি ৰুমাল খনি তুমি দিলা কেচিওক
“সি ৰুমাল খনি তুমি দিলা কেচিওক
“গোপনীয় ভাৱে চিন গুপ্ত প্রণয়ৰ ৷”
“গোপনীয় ভাৱে চিন গুপ্ত প্ৰণয়ৰ॥”
“স্বোৱামীৰ কথা শুনি হল অচ্চৰিত,
“স্বোৱামীৰ কথা শুনি হলা আশ্চৰিত,
“কান্দি কান্দি ক’লা, ডেচি! “নহওনিশ্চয়।
“কান্দি কান্দি ক’লা, ডেচি! “নহওঁ নিশ্চয়
“বিশ্বাসঘাতিনী মই তিৰুতা৷ তোমাৰ,
“বিশ্বাসঘাতিনী মই তিৰুতা তোমাৰ,
“পবিত্র কেচিও, নাথ ! কলঙ্কী নহয়।
“পবিত্ৰ কেচিও, নাথ! কলঙ্কী নহয়।
“কেচিওৰে মোৰে প্রেম ভাই-ভনীপ্রেম,
“কেচিওৰে মোৰে প্ৰেম ভাই-ভনী-প্ৰেম,
“সি প্রেমত পাপ-ভাব লেশে, নাথ ! নাই
“সি প্ৰেমত পাপ-ভাব লেশো, নাথ! নাই
“নাই দিয়া কেচিওক প্রেম-উপহাৰ,
“নাই দিয়া কেচিওক প্ৰেম-উপহাৰ,
‘ৰুমাল পাইছে জানো বাটত হেৰাই ॥
‘ৰুমাল পাইছে জানো বাটত হেৰাই॥
“মিছা কলঙ্কৰ মাথোঁ এই অপবাদ ;
“মিছা কলঙ্কৰ মাথোঁ এই অপবাদ;
“কেচিও পবিত্ৰ, নাথ! নিৰ্ম্মল স্বভাব।”
“কেচিও পবিত্ৰ, নাথ! নিৰ্ম্মল স্বভাব।”</poem>}}