পৃষ্ঠা:ডেচ্‌দিমোনা কাব্য.djvu/৩০: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "১৩ ডেচ দিমোনা। ( ১৪ ) তোমাৰ মুখত শুনি এনুৱ৷ বচন । বা..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
{{center|<poem>( ১৪ )
১৩
তোমাৰ মুখত শুনি এনুৱা বচন।
ডেচ দিমোনা।
( ১৪ )
তোমাৰ মুখত শুনি এনুৱ৷ বচন ।
বাঢ়িলে সন্দেহ আৰু সন্দিগ্ধ প্ৰাণত
বাঢ়িলে সন্দেহ আৰু সন্দিগ্ধ প্ৰাণত
ওথেলোৰ ; ক্রোধমনে ল’লে তৰোৱাল
ওথেলোৰ; ক্ৰোধমনে ল’লে তৰোৱাল
কাটিবৰ মনে তুলি আপোন হাতত ॥।
কাটিবৰ মনে তুলি আপোন হাতত॥
কম্পিত অস্তৰে তুমি বুলিব' ধৰিলা,
কম্পিত অস্তৰে তুমি বুলিব' ধৰিলা,
চকুপানী টুকি, হৰি স্বামীৰ পাৱত,
চকুপানী টুকি, ধৰি স্বামীৰ পাৱত,
“নাকাটিব৷ আজি, নাথ ! যদি ইচ্ছা থাকে,
“নাকাটিবা আজি, নাথ! যদি ইচ্ছা থাকে,
কাটা মাৰ যেই কৰ, কৰিবা৷ দিনত ॥
কাটা মাৰা যেই কৰা, কৰিবা দিনত॥
নকৰে। মৃত্যুৰ ভয়, ভাগ্যবতী বুলি
নকৰোঁ মৃত্যুৰ ভয়, ভাগ্যবতী বুলি
ভাবিম নিজকে, মাথ ! তোমাৰ হাতত
ভাবিম নিজকে, নাথ! তোমাৰ হাতত
প্ৰাণ যদি ঘায় মোৰ, যদি মৃত্যু হয়।
প্ৰাণ যদি যায় মোৰ, যদি মৃত্যু হয়
তোমাৰ মুখনি দেখি অন্তিম কালত ।
তোমাৰ মুখনি দেখি অন্তিম কালত॥
যোৱামী পৰম গুৰু তিৰী জনমৰ,
স্বোৱামী পৰম গুৰু তিৰী জনমৰ,
গুৰুৰ হাতত মৃত্যু ফল সৌভাগ্যৰ ॥”
গুৰুৰ হাতত মৃত্যু ফল সৌভাগ্যৰ॥”

( ১৫ )
( ১৫ )
“সেয়ে যদি হয়, ডেচি ! এই মুহুৰ্ততে
“সেয়ে যদি হয়, ডেচি! এই মুহুৰ্ততে
কিহেতু নোহোৱা সাজু মৃত্যুৰ কাৰণে ?
কিহেতু নোহোৱা সাজু মৃত্যুৰ কাৰণে?
ঘৰণৰ ভয় কিয় কৰিছ৷ মনত ?
মৰণৰ ভয় কিয় কৰিছা মনত?</poem>}}
এৰি