পৃষ্ঠা:ডেচ্‌দিমোনা কাব্য.djvu/৩৩: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "ডেচ দিমেনা। ডিঙ্গিত সাবতি ধৰি শুধিলে অমিলী “কাৰ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
{{center|<poem>ডিঙ্গিত সাবতি ধৰি শুধিলে অমিলী
ডেচ দিমেনা।
“কাৰ দোষে, সখি! আাজি ই দশা তোমাৰ?”
“কাৰো নাই দোষ, সখি!” বুলিলা মুন্দৰি!
“আপোনাৰ কৰ্ম্ম-ফল! দোষ আপোনাৰ!!
এই বুলি আদ্যোপান্ত বুলিলা সখীক,-
শুনিলে অমিলী টুকি চকুলো দুধাৰ॥


( ১৮ )
ডিঙ্গিত সাবতি ধৰি শুধিলে অমিলী
“কাৰ দোষে, সখি ! আাজি ই দশা তোমাৰ ?”
“কাৰো নাই দোষ, সখি !” বুলিলা মুমৰি !
“আপোনাৰ কৰ্ম্ম-ফল! দোষ আপোনাৰ !!
এই বুলি আগ্যোপান্ত বুলিলা সখাক,--
শুনিলে অমিলী টুকি চকুলো দুধাৰ ॥
} )
( ১৮ )
কান্দি কান্দি ক’লে সখী অমিলী তোমাক
কান্দি কান্দি ক’লে সখী অমিলী তোমাক
“তেনে, সখি ! মোৰ দোষে ই দশাতোমাৰ !
“তেনে, সখি! মোৰ দোষে ই দশা তোমাৰ!
“স্বোৱামীৰ কূট বুদ্ধি, মোৰ মুখামীত
“স্বোৱামীৰ কূট বুদ্ধি, মোৰ মুৰ্খামীত
“অকালত পালে ধ্বংস সোণৰ সংসাৰ !!
“অকালত পালে ধ্বংস সোণৰ সংসাৰ!!
“বুজিব নোৱাৰি, সখি ! স্বামীৰ ছলনা
“বুজিব নোৱাৰি, সখি! স্বামীৰ ছলনা
“মনে মনে দিলে৷ আনি ৰুমাল তোমাৰ !
“মনে মনে দিলো আনি ৰুমাল তোমাৰ!
“হায়! সখি ! আজি দেখো সেই কমালেই
“হায়! সখি! আজি দেখোঁ সেই ৰুমালেই
“অগনি জ্বলাই পোৰে তোমাৰ সংসাৰ !!
“অগনি জ্বলাই পোৰে তোমাৰ সংসাৰ!!
“ই পাপৰ ফলে, জানো, ( কান্দিছে পৰাণ! )
“ই পাপৰ ফলে, জানো, (কান্দিছে পৰাণ!)
“নৰকতো৷ স্থান মোৰ নহ’ব নিশ্চয় !”
“নৰকতো স্থান মোৰ নহ’ব নিশ্চয়!”
এই বুলি কান্দি সখী ক'লে ওথেলোক,
এই বুলি কান্দি সখী ক'লে ওথেলোক,-
সেনাপতি ! সখী মোৰ অসতী নহয় ৷
সেনাপতি! সখী মোৰ অসতী নহয়॥
</poem>}}