পৃষ্ঠা:ডেচ্‌দিমোনা কাব্য.djvu/৩৪: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "ডেচ দিমোনা। “কৌশল-জালত পৰি দুষ্ট মানুহৰ "বিশ্বাস..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
{{center|<poem>“কৌশল-জালত পৰি দুষ্ট মানুহৰ
ডেচ দিমোনা।
“বিশ্বাসঘাতিনী ভবা সখীক প্ৰাণৰ॥”
“কৌশল-জালত পৰি দুষ্ট মানুহৰ

"বিশ্বাসঘাতিনী ভবা সখীক প্ৰাণৰ ॥”
( ১৯ )
( ১৯ )
কাঢ়ি এটি হুমুনীয়া চকু দুটি মেলি
কাঢ়ি এটি হুমুনীয়া চকু দুটি মেলি
বুলিলা সখীক, ডেচি! “সখী মৰমৰ !
বুলিলা সখীক, ডেচি! “সখী মৰমৰ!
“আনে কটা নাই মোক, কাটিলো নিজেই,
“আনে কটা নাই মোক, কাটিলো নিজেই,
“নিজেই কৰিলো শেষ এই জীৱনৰ !
“নিজেই কৰিলো শেষ এই জীৱনৰ!
“নাকান্দিব| তুমি, সখি ! মোৰ বেজাৰত
“নাকান্দিবা তুমি, সখি! মোৰ বেজাৰত
“নুটুকিবা চকুপানী, সকলো মৰিম,
“নুটুকিবা চকুপানী, সকলো মৰিম,
“আৰু, নাথ ! নাকান্দিবা তুমিও শোকত,
“আৰু, নাথ! নাকান্দিবা তুমিও শোকত,
“মৃত্যুৰ পাছতো মই ইয়াকে চিন্তিম
“মৃত্যুৰ পাছতো মই ইয়াকে চিন্তিম;
‘জীৱনে মৰণে যেন তুমিয়েই স্বামী
“জীৱনে মৰণে যেন তুমিয়েই স্বামী
“সি জম্মতো স্বামী যেন তোমাকেই পtও
“সি জন্মতো স্বামী যেন তোমাকেই পাও
“অনস্ত প্রেমেৰে ভৰ স্বৰ্গৰ মাজতো
“অনন্ত প্ৰেমেৰে ভৰা স্বৰ্গৰ মাজতো
“তোমাৰ পাৱতে যেন দেহাটি বিকাওঁ ॥”
“তোমাৰ পাৱতে যেন দেহাটি বিকাওঁ॥”
এই বুলি চকু দুটি মুদিলা, সুন্দৰি !
এই বুলি চকু দুটি মুদিলা, সুন্দৰি!
স্বগত গ’ল৷ পাছে দেহ পৰিহৰি ॥
স্বৰগত গ’লা পাছে দেহ পৰিহৰি॥</poem>}}