পৃষ্ঠা:ডেচ্‌দিমোনা কাব্য.djvu/৩৫: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "ডেচ দিমোনা। ১৮ ( ২০ ) নাপাল৷ দেখিব’ তুমি, তোমাৰ শোকত..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
{{center|<poem>( ২০ )
ডেচ দিমোনা।
নাপালা দেখিব’ তুমি, তোমাৰ শোকত
১৮
অমিলী সখীয়ে, ডেচি! ত্যজিলে পৰাণ
( ২০ )
আপোনা-আপুনি কাটি আপোনাৰ ডিঙ্গি
নাপাল৷ দেখিব’ তুমি, তোমাৰ শোকত
সখী-প্রেম-মৰমৰ দেখাই প্ৰমাণ॥
অমিলী সখীয়ে, ডেচি ! ত্যজিলে পৰাণ
অমিলীৰ মুখে শুনি ৰুমালৰ কথা,
আপোনাআপুনি কাটি আপোনাৰ ডিঙ্গি
সখীপ্রেম-মৰমৰ দেখাই প্ৰমাণ ॥
অমিলীৰ মুখে শুনি ৰুমালৰ -কথা,
ষড়যন্ত্ৰ ইয়াগোৰ পাৰিলে বুজিব
ষড়যন্ত্ৰ ইয়াগোৰ পাৰিলে বুজিব
স্বামীয়ে তোমাৰ, ডেচি ! পতিব্ৰতা তুমি ;
স্বামীয়ে তোমাৰ, ডেচি! পতিব্ৰতা তুমি ;
ঘোৰ সস্তাপত পাছে ধৰিলে কান্দিব ॥
ঘোৰ সন্তাপত পাছে ধৰিলে কান্দিব॥
নেদেখিলা তুমি, ডেচি ! ওথেলো তোমাৰ
নেদেখিলা তুমি, ডেচি! ওথেলো তোমাৰ
প্ৰাণৰ স্বামীয়ে, সতি! দাৰুণ হিংসাত
প্ৰাণৰ স্বামীয়ে, সতি! দাৰুণ হিংসাত
সংহাৰিলে দুষ্টমতি ইয়াগোৰ প্ৰাণ !
সংহাৰিলে দুষ্টমতি ইয়াগোৰ প্ৰাণ!
( ই দশা তোমাৰ আজি যাৰ মন্ত্ৰণাত !! )
(ই দশা তোমাৰ আজি যাৰ মন্ত্ৰণাত!!)
কোনে জানে, ইয়াগোৰ আত্মা যাব ক’ত ?
কোনে জানে, ইয়াগোৰ আত্মা যাব ক’ত?
পাব নে স্বৰগ ? নেকি ৰ’ব নৰকত ?
পাব নে স্বৰগ? নেকি ৰ’ব নৰকত?

( ২১ )
( ২১ )
নেদেখিলা তুমি, ডেচি ! ওথেলো তোমাৰ
নেদেখিলা তুমি, ডেচি! ওথেলো তোমাৰ
নৰহত্যা অপৰাধে অপৰাধী আজি
নৰহত্যা অপৰাধে অপৰাধী আজি;
তোমাৰ শোকত হই বিয়াকুল প্রাণ
তোমাৰ শোকত হই বিয়াকুল প্রাণ</poem>}}