পৃষ্ঠা:ডেচ্‌দিমোনা কাব্য.djvu/২৪: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "ডেচ দিমোনা। = = = = = = = == = = = = = = = = === = = = = ৷ প্রণয়ৰ মোহ তাত ? ত..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
{{center|<poem>প্রণয়ৰ মোহ তাত? তাত ভাল পোৱা?
ডেচ দিমোনা।
কিয় জন্মে? কিয় হয় নুবুজোঁ কাৰণ॥”
=
=
=
= = =
=
==
=
= =
= =
=
=
=
===
=
=
=
= ৷
প্রণয়ৰ মোহ তাত ? তাত ভাল পোৱা ?
কিয় জন্মে ? কিয় হয় নুবুজে| কাৰণ ॥”
এই বুলি পুনু, সতি! স্বামীয়ে তোমাৰ
এই বুলি পুনু, সতি! স্বামীয়ে তোমাৰ
কি ভাব মনত লই, আাকউ হাতত
কি ভাব মনত লই, আকউ হাতত
ল’লে তৰোৱাল তুলি, কাঢ়ি হুমুনীয়া
ল’লে তৰোৱাল তুলি, কাঢ়ি হুমুনীয়া
হিয়া বিদাৰক এটি ঘোৰ বিষাদত !!
হিয়া বিদাৰক এটি ঘোৰ বিষাদত!!
টোপাটোপে। চকুপানী ওলালে চকুৰ
টোপাটোপে চকুপানী ওলালে চকুৰ
কান্দি লে ওথেলো, হায় ! দাৰুণ শোকত ॥
কান্দিলে ওথেলো, হায়! দাৰুণ শোকত॥
( ৭ )
( ৭ )
কি ভাব মনত, হায় ! পুনু উপজিলে,
কি ভাব মনত, হায়! পুনু উপজিলে,
আকউ তোমাক চাই বুলিব’ ধৰিলে,
আকউ তোমাক চাই বুলিব’ ধৰিলে,
“আাছিল এদিন, ডেচি! মোৰ জীৱনত
“আছিল এদিন, ডেচি! মোৰ জীৱনত
ৰাজিছিল এই মূৰ্ত্তি হিয়াৰ মাজত
বাজিছিল এই মূৰ্ত্তি হিয়াৰ মাজত
কি ঘৰত কি পৰত জাগন্ত নিদ্ৰাত
কি ঘৰত কি পৰত জাগন্ত নিদ্ৰাত
খাওঁতে শোওঁতে, প্রিয়া ! প্রতিমা তোমাৰ
খাওঁতে শোওঁতে, প্রিয়া! প্রতিমা তোমাৰ
সতত সঙ্গিনী মোৰ,—পৰাণৰ সখী
সতত সঙ্গিনী মোৰ,—পৰাণৰ সখী
হৃদয়ৰ অধীশ্বৰীশান্তিৰ আধার
হৃদয়ৰ অধীশ্বৰী শান্তিৰ আধার॥
কিন্তুপ্রিয়ে ! কি কাৰণে জ্বলালা অগনি
কিন্তু প্রিয়ে! কি কাৰণে জ্বলালা অগনি
ওথেলোৰ হৃদয়ত ? কিয়নো ঘহিল
ওথেলোৰ হৃদয়ত? কিয়নো ঘঁহিলা</poem>}}