পৃষ্ঠা:ডেচ্‌দিমোনা কাব্য.djvu/৯: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "পাতনি । “ভাল বন্দী পাল তুমি, দুৰাশ ডাকিনি !— কৰিব’..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
No edit summary
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:

পাতনি ।
পাতনি।
“ভাল বন্দী পাল তুমি, দুৰাশ ডাকিনি !—

“ভাল বন্দী পালা তুমি, দুৰাশা ডাকিনি !—

কৰিব’ তোমাৰ পূৰ মনৰ কামনা
কৰিব’ তোমাৰ পূৰ মনৰ কামনা

কোৱাইছা যেই-সেই তুমি, পিশাচিনি!—
কোৱাইছা যেই-সেই তুমি, পিশাচিনি!—

যেইসেই কৰাইছা নকৰি ভাবনা !!”
যেইসেই কৰাইছা নকৰি ভাবনা !!”

অামাৰ তান দুৰাশাৰ অন্ত নাই ! জগতৰ সৰ্বপ্রধান কৰি,
অামাৰ অনন্ত দুৰাশাৰ অন্ত নাই ! জগতৰ সৰ্বপ্ৰধান কৰি, কবিকুল শিৰোমণি চেক্ষপীৰ ক’ত ? আৰু সামাৰ নিচিনা ক্ষুদ্ৰতকৈ ও ক্ষুদ্ৰ, নগণ্য প্ৰাণী ক’ত ? অথছ, দুৰাশা ডাকিনীয়ে পাই আমাক যিইচ্ছা তাকে কৰাইছে! এই “ডেচ দিমোনা' কাব্যখনি আমাৰ সেই। দুৰাশাৰেই ফল। মহাকবি চেক্ষপীৰৰ “ওথেলো” নাটকৰ প্ৰধান নায়িকা “ডেচ দিমোনা”ৰ ছয়ালৈ এই ক্ষুদ্ৰ কাব্যৰ অবতাৰণা। মৰমীয়াল পাঠক পাঠিকা। সকলে যেন লিখোতাৰ দুঃসাহস মাৰ্জনা কৰে, ইয়াকেহে গোহাৰি কৰিলে।। শেহত কওঁ, যে এই। পুথিখনি লিখিবৰ আজি বহুত দিন হ’ল। নানাৰকম অসুবিধা গতিকে, ইমানদিনে পুথি খনিৰে ৰাইজৰ আগত। দেখা দিব নোৱাৰিছিল। সম্প্ৰতি আমাৰ “আসাম পাৱলিছিং হাউচ’ৰ বিদ্যোৎসাহী ম্যানেজাৰ শ্ৰীযুৎ জিতেন্দ্ৰকুমাৰ দাস মহোদয়ে আগ্ৰহ কৰি ইয়াক প্ৰকাশ কৰে। এই কাৰ্য্যৰ নিমিত্তে তেখেতৰ ওছৰত লিৰ্বোত চিৰাণী,--আৰু, লগেলগে, পাঠক সকলৰো তেখেত শলাগৰ পাত্ৰ। ইতি। ২৯।১১৭-লিধোতা।
কবিকুল শিৰোমণি চেক্ষপীৰ ক’ত ? আৰু সামাৰ নিচিনা ক্ষুদ্ৰতকৈ ও
ক্ষুদ্র, নগণ্য প্রাণী ক’ত ? অথছ, দুৰাশা ডাকিনীয়ে পাই আমাক
যিইচ্ছা তাকে কৰাইছে!
এই “ডেচ দিমোনা' কাব্যখনি আমাৰ সেই । দুৰাশাৰেই ফল।
মহাকবি চেক্ষপীৰৰ “ওথেলো” নাটকৰ প্রধান নায়িকা “ডেচ দিমোনা”ৰ
ছয়ালৈ এই ক্ষুদ্ৰ কাব্যৰ অবতাৰণা। মৰমীয়াল পাঠক পাঠিকা ।
সকলে যেন লিখোতাৰ দুঃসাহস মার্জনা কৰে, ইয়াকেহে গোহাৰি
কৰিলে।।
শেহত কওঁ, যে এই । পুথিখনি লিখিবৰ আজি বহুত দিন হ’ল ।
নানাৰকম অসুবিধা গতিকে, ইমানদিনে পুথি খনিরে ৰাইজৰ আগত ।
দেখা দিব নোৱাৰিছিল। সম্প্রতি আমাৰ “আসাম পাৱলিছিং হাউচ’ৰ
বিদ্যোৎসাহী ম্যানেজাৰ শ্ৰীযুৎ জিতেন্দ্ৰকুমাৰ দাস মহোদয়ে আগ্রহ কৰি
ইয়াক প্রকাশ কৰে। এই কাৰ্য্যৰ নিমিত্তে তেখেতৰ ওছৰত লিৰ্বোত
চিৰাণী,--আৰু, লগেলগে, পাঠক সকলৰো তেখেত শলাগৰ পাত্ৰ ।
ইতি। ২৯|১১৭-লিধোতা।