পৃষ্ঠা:ভানুমতী (Bhanumoti).pdf/৪৫: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Pywikibot touch edit
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধিত
+
বৈধকৃত
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
৪৪

গাৰ কঁপনি উঠিল। 'আজলীঔ' বুলি এটা চিঁয়ৰ মাৰিলোঁ। সেই চিঁয়ৰ শুনি আজলী একে লৰে ওচৰ কাষ পালেহি। বিষ ক্ৰমাৎ উধাই আহিল। মোৰ মুখত মাত হেৰাল। সাপটোৰ ফালে আঙ্গুলিয়াই আৰু মোৰ কলাফুল দেখুৱাই আজলীক সঙ্কেতত বুজালোঁ যে, সেইখিনিতে মোক সাপে খুটিলে। আজলী বাউলী হৈ তাৰপৰা মাকৰ ওচৰলৈ উধাতু খাই লৰি গ'ল। মই অজ্ঞান হৈ পৰিলোঁ।