পৃষ্ঠা:Subject Of Examination In The Assamese Language.djvu/৬৭: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "________________ সাহিত্যৰ সাধাৰণ নক্ষণ। কৰিলে ভাষা আৰু যে..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
(কোনো পাৰ্থক্য নাই)

০০:১৯, ২১ জানুৱাৰী ২০১৯ৰ সংস্কৰণ

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

সাহিত্যৰ সাধাৰণ নক্ষণ। কৰিলে ভাষা আৰু যেনেকৈ কৈছে তালৈ মন কৰিলে সাহিত্য বিচাৰ কৰা হয়। যি মাহে অন্ধত কোৱা কথা। অর্থাৎ শাৰিটো মাখেন বিচাৰে তে সেই এৰৰ সাহিত্য লেখে। সাহিত্য বিচৰা মানুহে এ কা উপমাৰ মিল, শৰৰ পাতনি, ভাৰৰ গাখনি, আৰু লিখাৰ এণীলৈ মন কৰে। এটি উাহৰণ দিওঁ চো।। “ঈৰ মাৰ সাগৰ এই এটা ৰাক্য। এতিয়া আমি যদি বাক্যটো পঢ়ি ইয়াকে বুজি থওঁ যে ঈশ্বৰ বৰ দয়ালু, তেনেহলে আমি তাৰ ভাষাতহে মন দিলো। কিন্তু যদি এই দৰে ভৰা যায়, যে এই ইত ইৰ নিদি পৰমৰ শিখাহেতেন শুনিবলৈ ভাল হলে, ৰা কৰ শটোৱে এই ঠাইত সুৰপে খাই পৰিছে, আন শ বিলে নেয়া , তেনেহলে আমি তেতিয়া বাক্যটোৰ ভাষা বিচৰা নাই, আমাৰ মন তাৰ সাহিত্য হহে আছে। আৰু এই দৰেও ভাবি চাব পাৰি, যে ঈশ্বৰক দয়াৰ সাগৰ বুলি দয়াতঙ্গিনী বা দয়াকুপ বােলা ভাল আছিল, ৰা দয়াকূপ বুলিলে নিমিলে, কিয়নো ঈশ্বৰ সৰ্বব্যাপী, এতেকে দয়ানী বােল। যাওক, বা এই শফটো শুনিবলৈ কর্কশ, এতেকে দয়াতঙ্গিনী বােলা ভাল ; এনেকুৱাবােৰ কথালৈ মন কৰিলে সাহিত্য বিচাৰ কৰা হয় । এতিয়া সুন্দরূপে বুলিব পাৰি, যে সাহিত্য কেৱল ভাষাৰ অাৰ মাথােন। এই অলঙ্কাৰবােৰ গুচাই যদি ভাষাক একেবাৰে নাঙঠ কৰা যায় তেন্তে তাৰ এইরূপ নেথাকে। কিন্তু ভাষাক একেবাৰে নিৰলাৰ কৰা অতি দুৰ। তাক বেয়া সাজ পিন্ধাই দেখিবলৈ কুৎসিৎ কৰিব পাৰি, কিন্তু সমূলি নাঙঠ কৰিবলৈ টান। কিয়নো শব্দই ভাষাৰ অলঙ্কাৰ, আৰু আগত কোৱা হৈছে, যে শব্দই তাৰ মূল । যদি শ এটাইবিলাক কাঢ়ি নিয়া যায়, তেন্তে ভাষাই নাথাকে। ভাষাক শুৱনী কৰিবলৈ মানুহে নানাবিধ অলঙ্কাৰ পিন্ধায়। কেৱল ভাষাই মানুহৰ মন টানিব নােৱাৰে। বেয়াকৈ লিখা পুখি পঢ়িবলৈ কাৰে মন নাযায়। তেনেকুৱা পুৰি এবাৰ পঢ়ি চালেই দুনাই মেলিবলৈ বেয়া লাগে। কিন্তু ভাল বছা শব্দ, সুন্দৰ উপমা, বা নতুন মনোহৰ ভাবেৰে সজাই পুখি লিখিলে তাক সকলােৰে অাৰ ফৰে। তাক এবাৰ পঢ়িলে আকৌ পঢ়িবলৈ মন যায়। কালিদাসে শকুন্তলা লিখিবৰ আজি ৰু যু হল, তেও নেই শালা পঢ়ি মানুহে আজিলৈকে ৰস পায়, আমি