পৃষ্ঠা:ঊষা-হৰণ.djvu/৪: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "উষা-হৰণ চান্দে। বোলে শুনা ৰাণী আমাৰ বচন । মোৰেই শপ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
<poem>চান্দে বোলে শুনা ৰাণী আমাৰ বচন৷
উষা-হৰণ
মোৰেই শপত তুমি নকৰা ক্ৰন্দন॥
চান্দে। বোলে শুনা ৰাণী আমাৰ বচন
দৈৱৰ নিবন্ধে তোমাৰ ছয় পুত্ৰ মৰে৷
মোৰেই শপত তুমি নকৰা ক্ৰন্দন ॥
আমাৰ কুশলে পুত্ৰ হৈবো তোমাৰ ঘৰে॥
দৈৱৰ নিবন্ধে তোমাৰ ছয় পুত্র মৰে
সোণাই সহিতে চান্দো আছন্ত কৌতুকে৷
আমাৰ কুশলে পুত্ৰ হৈবো তোমাৰ ঘৰে ।
ৰথে থাকি পদ্মাৱতী দেখয় সন্মুখে॥
সোণাই সহিতে চান্দে আছন্ত কৌতুকে
যুগুতি কৰিলা পদ্মা নেতাব সহিতে৷
ৰথে থাকি পদ্মাৱতী দেখয় সম্থে ॥
চন্দ্ৰধৰৰ পূজা বৈনী খাইবো কেন মতে॥
যুগুতি কৰিলা পদ্ধ নেতাব সহিতে।
নেতা বোলে শুনা পদ্মা আমাৰ বচন৷
চন্দ্ৰধৰৰ পূজা হৈনা খাইবো কেন মতে ॥
ইন্দ্ৰৰ পুৰীক তুমি কৰহ গমন॥
নেত বোলে শুনা পদ্মা আমাৰ বচন
তেবেসে জিনিবা কাৰ্য্য জয় বিষহৰি৷
ইন্দ্ৰৰ পুৰীক তুমি কৰহ গমন ।
ঊষা অনিৰুদ্ধ আনা ইন্দ্ৰত ভিক্ষা কৰি॥
তেবেসে জিনিবা কার্লা জয় বিষহবি
ঊষাক জন্ম দিবা নিয়া শাহে ৰাজাৰ ঘৰে৷
ঊষা অনিৰুদ্ধ অনা ইন্দ্রত ভিক্ষা কৰি ।
অনিৰুদ্ধক দিবা জন্ম সোণেকা উদৰে॥
উষাক জন্ম দিবা৷ নিয়া শাহে ৰাজাৰ ঘৰে।
দুয়ো জনক জন্ম দিবা জাতিষ্মৰ কৰিয়া৷
অনিৰুদ্ধক দিবা জন্ম সোণেকা উদৰে ॥
শাহে চান্দো মিলি দুইকো কৰাই দিবো বিয়া ॥
দুয়ো জনক জন্ম দিপ জাতিঘৰ কৰিয়া
কালৰাত্ৰি লখিন্দাৰক খাইবো কালী নাগে৷
শাহে চান্দো মিলি ইকো কৰাই দিবো বিয়া ॥
ভাসাইয়া দিবো সাধু গুঞ্জৰী সাগৰে॥
কালৰাত্ৰি লখিন্দাৰক খাইবে। কালী নাগে
</poem>
ভাসাইয়া দিবে৷ সাধু গুঞ্জৰী সাগৰে