পৃষ্ঠা:সৌপ্তিক পৰ্ব্ব.djvu/৮: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Joli (আলোচনা | বৰঙণি)
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধিত
+
বৈধকৃত
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
৯ নং শাৰী: ৯ নং শাৰী:
সেনাপতি কৰা মোক কৌৰব তনয়॥
সেনাপতি কৰা মোক কৌৰব তনয়॥
মোক সেনাপতি কৰিলাহা যদি ৰণে।
মোক সেনাপতি কৰিলাহা যদি ৰণে।
তেন্তে তৰ শত্ৰু সৰ নেথাকে জীৱনে॥
তেন্তে তব শত্ৰু সব নেথাকে জীৱনে॥
মোৰ বীৰপনা তুমি জানা ভাল মতে।
মোৰ বীৰপনা তুমি জানা ভাল মতে।
কোন জন ৰণিবেক মোহোৰ সহিতে॥
কোন জন ৰণিবেক মোহোৰ সহিতে॥
১৬ নং শাৰী: ১৬ নং শাৰী:
একদিনো যুক্তিক নকলা মোৰ সহ।
একদিনো যুক্তিক নকলা মোৰ সহ।
নিজৰ বুদ্ধিত তুমি নাশিলা বৈভব॥
নিজৰ বুদ্ধিত তুমি নাশিলা বৈভব॥
জন্মাবধি তৰ গৃহে হইছে পালিত।
জন্মাবধি তব গৃহে হইছো পালিত।
সিকাৰণে কৰিবাক চাওঁ তব হিত॥
সিকাৰণে কৰিবাক চাওঁ তব হিত॥
যদি এতিয়াও সেনাপতি কৰা মোক।
যদি এতিয়াও সেনাপতি কৰা মোক।