পৃষ্ঠা:সাহিত্য-মুক্তাৱলী.djvu/১৭৪: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "আখৰ-জোটনি আৰু ব্যাকৰণ সম্পৰ্কে কেইটামান কথা। আমা..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
আখৰ-জোটনি আৰু ব্যাকৰণ সম্পৰ্কে
{{center|<poem>{{X-larger|<b>আখৰ-জোটনি আৰু ব্যাকৰণ সম্পৰ্কে
কেইটামান কথা।
কেইটামান কথা।</b>}}</poem>}}

আমাৰ ভাষাত অখৰ-জোটনি আৰু ব্যাকৰণৰ নিয়মৰ বেমেজালি এতিয়াও
{{gap}}আমাৰ ভাষাত আখৰ-জোঁটনি আৰু ব্যাকৰণৰ নিয়মৰ বেমেজালি এতিয়াও
একেবাৰেই গু নাই। ডঙ্গৰ ডাঙ্গৰ লেখকসকলৰ লিখাতে এই দুই বিষয়ৰ
একেবাৰেই গুচা নাই। ডাঙ্গৰ ডাঙ্গৰ লেখকসকলৰ লিখাতে এই দুই বিষয়ৰ
তা অমিল। পৰে। তাৰপৰা কোনটো কোৱা উচিত আৰু কোনটো
বহুতো অমিল পৰে। তাৰপৰা কোনটো লোৱা উচিত আৰু কোনটো
ৰা উচিত তাক ঠিক কৰিব নোৱাৰি অকল ছাত্ৰই নহয়, শিক্ষক আৰু লেখক-
এৰা উচিত তাক ঠিক কৰিব নোৱাৰি অকল ছাত্ৰই নহয়, শিক্ষক আৰু লেখক-
ক.1 বিমোৰত পৰিব « হয়। নমুনাস্বৰূপে তত কেইটামান উদাহৰণ
সকলো বিমোৰত পৰিব লগা হয়। নমুনাস্বৰূপে তলত কেইটামান উদাহৰণ
‘দয়া হল
দিয়া হ’ল:—
১। অশিৰ জেটনি।
<center><big>১। আখৰ জোঁটনি।</big></center>
(১) অভিধানত আন আন বিদেশী শব্দ থাকিলেও বৃটিচ শব্দ নাই; সেই
{{gap}}(১) অভিধানত আন আন বিদেশী শব্দ থাকিলেও বৃটিচ শব্দ নাই; সেই
কাৰণ লেখকসকলে নিজ নিজ অভিৰুচি মতোটবৃটীচ, ৰটিছ, বুটছ,
কাৰণ লেখকসকলে নিজ নিজ অভিৰুচি মতে বৃটিচ্, বৃটীছ্, বৃটীছ,
টিচ, ব্ৰিটিছ ইত্যাদি বহুত কমে লিখে।
ব্ৰিটিচ, ব্ৰিটিছ ইত্যাদি বহুত ৰকমে লিখে।<br/>
(২) চন্দ কান্ত অভিধানত বেলেগ বেলেগ ঠাইত গষ্ট, তৃষ্ট,
{{gap}}(২) চন্দ্ৰকান্ত অভিধানত বেলেগ বেলেগ ঠাইত খ্ৰীষ্ট, খৃষ্ট, ঈচুখ্ৰীষ্ট,
যীশু খ্ৰীষ্ট ইত্যাদি একে শব্দৰে বেলেগ বেলেগ গঢ় আছে, লেখকসকলে তাত
যীশুখ্ৰীষ্ট ইত্যাদি একে শব্দৰে বেলেগ বেলেগ গঢ় আছে, লেখকসকলে তাত
•থকা ৰেও লিখে হে।
নথকা গঢ়েৰেও লিখে হে।<br/>
(৩) চাহাব, চামুচ, মচলমান বা মুচলমান আদি বিদেশী শব্দ লিখোঁতে
{{gap}}(৩) চাহাব, চামুচ, মচলমান বা মুচলমান আদি বিদেশী শব্দ লিখোঁতে
অভিধানে “চ” ব্যৱহাৰ কৰিছে, কিন্তু এদল লেখকে “ছ” লিখা হে উচিত বুলি
অভিধানে “চ” ব্যৱহাৰ কৰিছে, কিন্তু এদল লেখকে “ছ” লিখা হে উচিত বুলি ভাবে৷<br/>
ঈচু খ্ৰীষ্ট,
{{gap}}(৪) পাচে-পছে, বেচি-বেছি, দিঠক-ডিঠক প্ৰভৃতিত দুয়ো প্ৰকাৰৰ আখৰ-জোঁটনি চন্দ্ৰকান্ত অভিধানে গ্ৰহণ কৰিছে।
তিত দুয়ো প্ৰকাৰৰ আখৰ-
{{nop}}
(৪) পাচে-পছে, বেচি-বেছি, দিঠক-ডিঠক
জোটনি চন্দ্ৰকান্ত অভিধানে গ্ৰহণ কৰিছে।