পৃষ্ঠা:পঞ্চৰত্ন- জ্ঞানদাভিৰাম বৰুৱা.pdf/৭: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
SlowPhoton (আলোচনা | বৰঙণি) No edit summary |
No edit summary |
||
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded): | পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded): | ||
৭ নং শাৰী: | ৭ নং শাৰী: | ||
নোৱাৰিলোঁ। ভবিষ্যত কি হয় কব নোৱাৰো। এতিয়া |
নোৱাৰিলোঁ। ভবিষ্যত কি হয় কব নোৱাৰো। এতিয়া |
||
শ্যেক্সপিয়েৰৰ পাঁচখন নাটকৰ সাৰ কথা চমুকৈ লেখি আমাৰ |
শ্যেক্সপিয়েৰৰ পাঁচখন নাটকৰ সাৰ কথা চমুকৈ লেখি আমাৰ |
||
কিতাপ পঢ়োতা ৰাইজৰ আগত ধৰো বুলি |
কিতাপ পঢ়োতা ৰাইজৰ আগত ধৰো বুলি আমাৰ সাহিত্য সেৱক |
||
শ্ৰদ্ধাস্পদ শ্ৰীযুত চন্দ্ৰকুমাৰ আগৰৱালা ডাঙৰীয়াৰ ওচৰলৈ এই |
শ্ৰদ্ধাস্পদ শ্ৰীযুত চন্দ্ৰকুমাৰ আগৰৱালা ডাঙৰীয়াৰ ওচৰলৈ এই |
||
কাকত কেখনি পঠাই দিওঁ। ইচ্ছা যে তেখেতৰ তত্ত্বাৱধানৰ |
|||
মুদ্ৰাযন্ত্ৰত এই কিতাপ খনি ছপাই মোক বাধিত কৰে। |
মুদ্ৰাযন্ত্ৰত এই কিতাপ খনি ছপাই মোক বাধিত কৰে। |
||
আমাৰ দেশতে মুদ্ৰাযন্ত্ৰ আছে যেতিয়া বিদেশলৈ যাওঁ কিয়? |
আমাৰ দেশতে মুদ্ৰাযন্ত্ৰ আছে যেতিয়া বিদেশলৈ যাওঁ কিয়? |
||
{{gap}}ইয়াত ‘ৰজা লিয়েৰ’ (King Lear), ‘তোমাৰ যি ভাল |
{{gap}}ইয়াত ‘ৰজা লিয়েৰ’ (King Lear), ‘তোমাৰ যি ভাল |
||
লাগে’ (As you like it), ‘ভেৰোণাৰ দুজন ভাল মানুহ{{বঙালী ৰ}} কথা’ (Two Gentlemen of Verona), ‘দন্দুৰী দমন’ (Taming of the Shrew), |
লাগে’ (As you like it), ‘ভেৰোণাৰ দুজন ভাল মানুহ{{বঙালী ৰ}} কথা’ (Two Gentlemen of Verona), ‘দন্দুৰী দমন’ (Taming of the Shrew), ‘ভুলৰ ধেমালি’ (Comedy of Errors) এই পাঁচ খনৰ কথা আছে। যিসকলে ইংৰাজী নেজানে এই কিতাপ |
||
খনি পঢ়িলে মহা কবি শ্যেক্সপিয়েৰৰ এই পাঁচখনি নাটকৰ মূল কথা |
খনি পঢ়িলে মহা কবি শ্যেক্সপিয়েৰৰ এই পাঁচখনি নাটকৰ মূল কথা |
||
জানিব পাৰিব এনে আশা কৰো আৰু আশা কৰো আমাৰ সৰু |
জানিব পাৰিব এনে আশা কৰো আৰু আশা কৰো আমাৰ সৰু |
||
২২ নং শাৰী: | ২২ নং শাৰী: | ||
ভাষাৰ অমূল্য ৰত্ন। ‘বাইবেল’ৰ পাছতে শ্যেক্সপিয়েৰৰ গ্ৰন্থবোৰৰ |
ভাষাৰ অমূল্য ৰত্ন। ‘বাইবেল’ৰ পাছতে শ্যেক্সপিয়েৰৰ গ্ৰন্থবোৰৰ |
||
স্থান। সকালো ইংৰাজী জনা মানুহে বাইবেল আৰু শ্যেক্সপিয়েৰ |
স্থান। সকালো ইংৰাজী জনা মানুহে বাইবেল আৰু শ্যেক্সপিয়েৰ |
||
পঢ়া উচিত। কাৰো |
পঢ়া উচিত। কাৰো কাৰো বাইবেল পঢ়িবলৈ আপত্তি থাকিব |