পৃষ্ঠা:শান্তি-কৱচ.pdf/১৮: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি

মুদ্ৰণ সংশোধিত

বৈধকৃত
শিৰোনামা (noinclude):শিৰোনামা (noinclude):
১ নং শাৰী: ১ নং শাৰী:
{{rh|২২|শান্তি-কৱচ|}}
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
{{X-larger|'''মিলন'''}}

১। চাৰিআলিৰ মূৰত দুজনৰ চা-চিনাকি আৰু মিলা-প্ৰীতি ঘটিল; শেষত ইজনে সিজনক ক'লে, “যাওঁ, বলা।” দুয়ো খোজ দিলে; কিন্তু এজনে পূবলৈ আৰু ইজনে পশ্চিমলৈ মূ কৰি। জীৱনৰ চাৰি-আলিতো এইদৰেই বহুতক খন্তেকীয়া চকুৰ চিনাকিয়ে কাষ চপায়, কিন্তু প্ৰাণৰ চিনাকি নোহোৱাত এৰাএৰি হ’ব লগা হয় চিৰকাললৈ।
২২{{center|শান্তি-কৱচ}}
{{center|
'''মিলন'''}}

২। জীৱন কেৱল চকুলোৰ নৈ নহয়; সেই বুলি ই মাত্ৰ খোৱা-পিয়াৰ বালি-ঘৰো নহয়। স্বৰূপতে জীৱন সেৱাৰ ঠাই; এই সেৱাত যথেষ্ট কষ্ট আছে সচা, কিন্তু তাৰ লগত অভাৱনীয় আনন্দও আছে। এই বিমল আনন্দ লভিবলৈ হ'লে নিঃস্বাৰ্থ সেৱা-ধৰ্ম-ব্ৰতী হ’ব লাগিব।

৩। প্ৰকৃত সেৱা-ধৰ্মী হ’বলৈ হ'লে নিজা সুখ-ভোগৰ বাহিৰে আৰু প্ৰায়ে নিজা সুখ-ভোগৰ বিপৰীতে তোমাৰ এটা প্ৰায় অহৈতুক উদ্দেশ্য থাকিব লাগিব; ইয়াৰ বাবে যথেষ্ট ত্যাগ কৰিব লাগিব, আৰু এই ত্যাগ বা পৰোপকাৰতেই প্ৰকৃত আনন্দ পাব লাগিব; কিয়নো এই ত্যাগৰ প্ৰতিদান আনৰ পৰা বিপৰীতভাৱে পালেও তোমাৰ গা টেঙাব নোৱাৰিব, কিয়নো, সেৱাহে তোমাৰ লক্ষ্য।
১। চাৰিআলিৰ মূৰত দুজনৰ চা-চিনাকি আৰু মিলা-প্ৰীতি ঘটিল; শেষত ইজনে সিজনক ক'লে, “যাওঁ, বলা।” দুয়ো খোজ দিলে; কিন্তু এজনে পূবলৈ আৰু ইজনে পশ্চিমলৈ মূ কৰি। জীৱনৰ চাৰি-আলিত এইদৰেই বহুতক খন্তেকীয়া চকুৰ চিনাকিয়ে কাষ চপায়, কিন্তু প্ৰাণৰ চিনাকি নোহোৱাত এৰাএৰি হ’ব লগা হয় চিৰকাললৈ।

২। জীৱন কেৱল চকুলোৰ নৈ নহয়; সেই বুলি ই মাত্ৰ খোৱা-পিয়াৰ বালি-ঘৰো নহয়। স্বৰূপতে জীৱন সেৱাৰ ঠাই; এই সেৱাত যথেষ্ট কষ্ট আছে সচা, কিন্তু তাৰ লগত অভাৱনীয় আনন্দও আছে। এই বিমল আনন্দ লভিবলৈ হ'লে নিঃস্বাৰ্থ সেৱা-ধৰ্ম-ব্ৰতী হ’ব লাগিব।

৪। পৰম্পৰ, পিতৃ-মাতৃ, ভাই-ককাই, বাই-ভনী, জ্ঞাতি-মিত্ৰ, বংশ-পৰিয়াল, সমাজ আৰু সংসাৰৰ মাজেদি এই স্বাৰ্থহীন, বাধাহীন আৰু অন্তহীন সেৱাৰ সোত বোৱাই নিয়াই বিয়াৰ মহৎ উদ্দেশ্য। তাকে পাহৰি অকল গাই-গোটা পেটে-ভৰাল হৈ সঙ্কীৰ্ণ সুখ-উপভোেগ কৰিবলৈ হ'লে বিয়াৰ উদ্দেশ্য বিফল হয়; কিয়নো সীমাবদ্ধ সুখ-ভোগৰ বাবে হোৱা স্ত্ৰী-পুৰুষৰ মিলন প্ৰকৃততে বেশ্যালি।
৩। প্ৰকৃত সেৱা-ধৰ্মী হ’বলৈ হ'লে নিজা সুখ-ভোগৰ বাহিৰে আৰু প্ৰায়ে নিজা সুখ-ভোগৰ বিপৰীতে তোমাৰ এটা প্ৰায় অহৈতুক উদ্দেশ্য থাকিব লাগিব; ইয়াৰ বাবে যথেষ্ট ত্যাগ কৰিব লাগিব, আৰু এই ত্যাগ বা পৰোপকাৰতেই প্ৰকৃত আনন্দ পাব লাগিব; কিয়নো এই ত্যাগৰ প্ৰতিদান আনৰ পৰা বিপৰীতভাৱে পালেও তোমাৰ গা টেঙাব নোৱাৰিব, কিয়নো, সেৱাহে তোমাৰ লক্ষ্য।

৪। পৰম্পৰ, পিতৃ-মাতৃ, ভাই-ককাই, বাই-ভনী, জ্ঞাতি-মিত্ৰ, বংশ-পৰিয়াল, সমাজ আৰু সংসাৰৰ মাজেদি এই স্বাৰ্থহীন, বাধাহীন আৰু অন্তহীন সেৱাৰ সোত বোৱাই নিয়াই বিয়াৰ মহৎ উদ্দেশ্য। তাকে পাহৰি অকল গাই-গোটা পেটে-ভৰাল হৈ সঙ্কীৰ্ণ সুখ-উপভোেগ কৰিবলৈ হ'লে বিয়াৰ উদ্দেশ্য বিফল হয়; কিয়নো সীমাবদ্ধ সুখ-ভোগৰ বাবে হোৱা স্ত্ৰী-পুৰুষৰ মিলন প্ৰকৃততে বেশ্যালি।

<poem>৫।“সংসাৰত ঈশ্বৰৰ কাৰ্য কৰিবলে, {{gap}}মানুহক দিবলই ছয়া;
{{Float left|৫।}} <poem>“সংসাৰত ঈশ্বৰৰ কাৰ্য কৰিবলে, {{gap}}মানুহক দিবলই ছঁয়া;
ঘৰ এৰি গলি তই কিহৰ বেজাৰ, {{gap}}বিশ্বজুৰি মলিয়ক দয়া।

সংসাৰ মৰুৰ শ্যাম বট-বৃক্ষৰূপা {{gap}}সন্তাপীৰ সুখ পাপীৰ ত্ৰাণ।

পুণ্যবাট দেখুৱাতী সৰগ জীয়ৰী {{gap}}আগবাঢ়া কৰি শান্তি স্নান।

তৃষিত মৰত মুখে ঢালিবা পীযুষ {{gap}}অন্ন দিবা অন্নপূৰ্ণা হই”-</poem>

তৃষিত মৰত মুখে ঢালিবা পীযুষ {{gap}}অন্ন দিবা অন্নপূৰ্ণা হই”—</poem>
বিৱাহৰ মহৎ আদৰ্শ ইয়াৰ বাহিৰে কিবা হ'ব পাৰে নে ?
বিৱাহৰ মহৎ আদৰ্শ ইয়াৰ বাহিৰে কিবা হ'ব পাৰে নে?