পৃষ্ঠা:দন্দুৱা দ্ৰোহ.pdf/১৪৮: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
 
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১৫ নং শাৰী: ১৫ নং শাৰী:
আৰু দুনাই সাৰ নাপালে। তেওঁ সেই পিনেই নশ্বৰ দেহা
আৰু দুনাই সাৰ নাপালে। তেওঁ সেই পিনেই নশ্বৰ দেহা
এৰি বৈকুণ্ঠী হল। হৰদত্তে কান্দোন-কাটনৰ মাজতো
এৰি বৈকুণ্ঠী হল। হৰদত্তে কান্দোন-কাটনৰ মাজতো
মহীৰাম, পদ্মকুমাৰী আৰু ঘৈণীয়েকক কলে:—“তোমা-
মহীৰাম, পদ্মকুমাৰী আৰু ঘৈণীয়েকক কলে:—“তোমালোকে ধনৰাত গৈ আশ্ৰয় লোৱা। ধনৰীয়া চৌধাৰী
লোকে ধনৰাত গৈ আশ্ৰয় লোৱা। ধনৰীয়া চৌধাৰী
যেতিয়া এই বৰফুকনৰ সৈতে ভাল, তোমালোকক ৰক্ষা
যেতিয়া এই বৰফুকনৰ সৈতে ভাল, তোমালোকক ৰক্ষা
কৰিব পাৰিব। মই আত্ম সমৰ্পণ কৰোঁ”। ঘৈণীয়েকে
কৰিব পাৰিব। মই আত্ম সমৰ্পণ কৰোঁ”। ঘৈণীয়েকে