পৃষ্ঠা:দন্দুৱা দ্ৰোহ.pdf/১৩০: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

[বট সম্পাদনা] নিকাকৰণ
No edit summary
 
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
<center><big><big>'''উনবিংশ অধ্যায়'''</big></big><br/>
<center><big><big>'''উনত্ৰিংশ অধ্যায়'''</big></big><br/>
<big>১৭৯৩ শক</big></center>
<big>১৭৯৩ শক</big></center>


{{gap}}এই ১৭৯৩ শকত যদিও হৰদত্তে—শিখ, কোচ কামৰুপীয়া ৰণুৱা গোট খুয়াইছিল। তথাপি এই বছৰ যুঁজ
{{gap}}এই ১৭৯৩ শকত যদিও হৰদত্তে—শিখ, কোচ কামৰুপীয়া ৰণুৱা গোট খুয়াইছিল। তথাপি এই বছৰ যুঁজ
নহল। বৰফুকনে কাপ্তান ওৱলছ চাহাবৰ ৰচদ যোগোৱাত
নহল। বৰফুকনে কাপ্তান ওৱলছ চাহাবৰ ৰচদ যোগোৱাত
আৰু ৰজাক সহায় কৰাতে ব্যস্ত আছিল। <br>
আৰু ৰজাক সহায় কৰাতে ব্যস্ত আছিল।

{{gap}}কাপ্তান ওৱেলছ চাহাবে গুৱাহাটী এৰি ৰংপুৰলৈ
{{gap}}কাপ্তান ওৱেলছ চাহাবে গুৱাহাটী এৰি ৰংপুৰলৈ
ভটিয়াই যোৱাৰ প্ৰায় এ মাহৰ ভিতৰতে অৰ্থাৎ আহিন
ভটিয়াই যোৱাৰ প্ৰায় এ মাহৰ ভিতৰতে অৰ্থাৎ আহিন
১৭ নং শাৰী: ১৮ নং শাৰী:
মাতৃ বৰুৱাণীৰ হলে মূৰৰ ওপৰে দি এচলু পানী বোৱা যেন
মাতৃ বৰুৱাণীৰ হলে মূৰৰ ওপৰে দি এচলু পানী বোৱা যেন
পালে।
পালে।
{{nop}}