পৃষ্ঠা:সাধুৰ সাতসৰী.pdf/২৫: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

[বট সম্পাদনা] নিকাকৰণ
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধিত
+
বৈধকৃত
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
'''সাধুৰ সাতসৰী'''
{{Left|'''সাধুৰ সাতসৰী'''}}


ভনীয়েক বগা। খেতিয়কে দুয়ো বাইভনীয়েকক পাৰ নিয়া মানুহ জন আকৌ আহিব পাৰে বুলি বুদ্ধি শিকাই থলে। <br>
ভনীয়েক বগা। খেতিয়কে দুয়ো বাইভনীয়েকক পাৰ নিয়া মানুহ জন আকৌ আহিব পাৰে বুলি বুদ্ধি শিকাই থলে।
{{gap}}দুদিনমান পিচতে পাৰ নিয়া মানুহজন আহি খেতিয়কক অকথ্য ভাষাৰে গালি-শপনি দিবলৈ ধৰিলে। পাৰটোৰ আগত ছোৱালীৰ ঘৰলৈ খবৰ পঠিয়াই দিওঁতেই পাৰ উৰি গ’ল যে গলেই আৰু উভতি নাহিল। এনেকৈ তেওঁ কিয় ঠগিলে। এইবাৰো খেতিয়কে মানুহজনক কাকূতি মিনতি কৰি ভাত খাবলৈ মান্তি কৰালে। <br>
{{gap}}ঘৈনীয়েকে ভাত ৰান্ধি দুয়োজনকে ভাত খাবলৈ মাতিলে। খেতিয়ক আৰু মানুহজনে পৰম তৃপ্তিৰে ভাত খাবলৈ আৰম্ভ কৰিলে। মাজতে এবাৰ ঘৈনীয়েকে ওৰণি লৈ অলপ আঞ্জা দিবলৈ আলহীৰ ওচৰলৈ আহিল। ঘৈনীয়েক ক’লা আছিল। সেয়ে খেতিয়কে ওচৰত থকা বেত ডালেৰে ঘৈণীয়েকক একোব মাৰি ক’লে কলীজনী হৈ আলহীৰ আগলৈ আহিবলৈ লাজ পোৱা নাই, যা বগী হৈ আহগৈ। যেনে কথা তেনে কাম। ঘৈণীয়েক ভিতৰলৈ গৈ ভনীয়েকক ওৰণি লৈ ভাত দিবলৈ পঠিয়ালে। মানুহজনী বগী হৈ অহা দেখি আলহীজন আচৰিত হ’ল। আৰু এই জাদু বেত ডাল তেওঁ কিনি নিবলৈ ইচ্ছা কৰিলে। কিয়নো মানুহজনৰ ঘৈণীয়েক কলা আছিল। বেত ডালেৰে একোব দিলেই যদি বগা হয় তেতিয়া তেওঁ অনায়াসে ঘৈণীয়েকক ইফালে সিফালে লৈ ফুৰিব পাৰিব। হেয়ে তেওঁ বুদ্ধিয়ক খেতিয়কৰ পৰা বহুতো চৰা দামত বেত ডাল কিনিলৈ গৈ ঘৈণীয়েকৰ গাত প্ৰয়োগ কৰিলে। মাৰৰ কোবত ঘৈণীয়েকে চিঞৰিবলৈ ধৰিলে। এইবাৰো তেওঁ খেতিয়কৰ বুদ্ধিত ঠগ খালে বুলি মূৰে কপালে হাত দি বহি পৰিল। <br>


{{gap}}দুদিনমান পিচতে পাৰ নিয়া মানুহজন আহি খেতিয়কক অকথ্য ভাষাৰে গালি-শপনি দিবলৈ ধৰিলে। পাৰটোৰ আগত ছোৱালীৰ ঘৰলৈ খবৰ পঠিয়াই দিওঁতেই পাৰ উৰি গ’ল যে গলেই আৰু উভতি নাহিল। এনেকৈ তেওঁ কিয় ঠগিলে। এইবাৰো খেতিয়কে মানুহজনক কাকূতি মিনতি কৰি ভাত খাবলৈ মান্তি কৰালে।
২৪

{{gap}}ঘৈনীয়েকে ভাত ৰান্ধি দুয়োজনকে ভাত খাবলৈ মাতিলে। খেতিয়ক আৰু মানুহজনে পৰম তৃপ্তিৰে ভাত খাবলৈ আৰম্ভ কৰিলে। মাজতে এবাৰ ঘৈনীয়েকে ওৰণি লৈ অলপ আঞ্জা দিবলৈ আলহীৰ ওচৰলৈ আহিল। ঘৈনীয়েক ক’লা আছিল। সেয়ে খেতিয়কে ওচৰত থকা বেত ডালেৰে ঘৈণীয়েকক একোব মাৰি ক’লে কলীজনী হৈ আলহীৰ আগলৈ আহিবলৈ লাজ পোৱা নাই, যা বগী হৈ আহগৈ। যেনে কথা তেনে কাম। ঘৈণীয়েক ভিতৰলৈ গৈ ভনীয়েকক ওৰণি লৈ ভাত দিবলৈ পঠিয়ালে। মানুহজনী বগী হৈ অহা দেখি আলহীজন আচৰিত হ’ল। আৰু এই জাদু বেত ডাল তেওঁ কিনি নিবলৈ ইচ্ছা কৰিলে। কিয়নো মানুহজনৰ ঘৈণীয়েক কলা আছিল। বেত ডালেৰে একোব দিলেই যদি বগা হয় তেতিয়া তেওঁ অনায়াসে ঘৈণীয়েকক ইফালে সিফালে লৈ ফুৰিব পাৰিব। হেয়ে তেওঁ বুদ্ধিয়ক খেতিয়কৰ পৰা বহুতো চৰা দামত বেত ডাল কিনিলৈ গৈ ঘৈণীয়েকৰ গাত প্ৰয়োগ কৰিলে। মাৰৰ কোবত ঘৈণীয়েকে চিঞৰিবলৈ ধৰিলে। এইবাৰো তেওঁ খেতিয়কৰ বুদ্ধিত ঠগ খালে বুলি মূৰে কপালে হাত দি বহি পৰিল।

{{Css image crop
|Image = সাধুৰ_সাতসৰী.pdf
|Page = 25
|bSize = 425
|cWidth = 86
|cHeight = 18
|oTop = 474
|oLeft = 168
|Location = center
|Description =
}}

{{Left|২৪}}