পৃষ্ঠা:সাধুৰ সাতসৰী.pdf/২২: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

[বট সম্পাদনা] নিকাকৰণ
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি

মুদ্ৰণ সংশোধিত

বৈধকৃত
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:

{{Right|সাধুৰ সাতসৰী}}
{{Right|'''সাধুৰ সাতসৰী'''}}
“মহাৰাজ এবাৰ আপুনি “ইও এক সিও এক” বুলি এই দৰিদ্ৰ ব্ৰাহ্মণ জনক
“মহাৰাজ এবাৰ আপুনি “ইও এক সিও এক” বুলি এই দৰিদ্ৰ ব্ৰাহ্মণ জনক
১০০ স্বৰ্ণমুদ্ৰা দিলে তাকে ব্ৰাহ্মণে ইও এক সিও এক বুলি কোৱাত পুনৰ
১০০ স্বৰ্ণমুদ্ৰা দিলে তাকে ব্ৰাহ্মণে ইও এক সিও এক বুলি কোৱাত পুনৰ
এশ স্বৰ্ণমুদ্ৰা দিলে এই কথাৰ ৰহস্য কি?”

এশ স্বৰ্ণমুদ্ৰা দিলে এই কথাৰ ৰহস্য কি?”

{{gap}}মন্ত্ৰীৰ কথাতৰজাই প্ৰথমে “ইও এক সিও এক” বুলি কোৱাৰ অৰ্থ
{{gap}}মন্ত্ৰীৰ কথাতৰজাই প্ৰথমে “ইও এক সিও এক” বুলি কোৱাৰ অৰ্থ
বুজাই দিলে যে তাহানি কালত অগস্ত্য নামে এজন ব্ৰাহ্মণ আছিল। তেওঁ এক
বুজাই দিলে যে তাহানি কালত অগস্ত্য নামে এজন ব্ৰাহ্মণ আছিল। তেওঁ এক
৯ নং শাৰী: ১১ নং শাৰী:
আহি দৰবাৰত উপস্থিত হৈছিল। সেয়েহে মই “ইও এক সিও এক” বুলি কৈ
আহি দৰবাৰত উপস্থিত হৈছিল। সেয়েহে মই “ইও এক সিও এক” বুলি কৈ
এশ স্বৰ্ণমুদ্ৰা দান দিছিলো। এতিয়া বুজিলেনে ক'ত অগস্ত্য মুনি আৰু ক'ত
এশ স্বৰ্ণমুদ্ৰা দান দিছিলো। এতিয়া বুজিলেনে ক'ত অগস্ত্য মুনি আৰু ক'ত
আজিৰ ভোলাৰাম ব্ৰাহ্মণ।

আজিৰ ভোলাৰাম ব্ৰাহ্মণ।

{{gap}}ভোলাৰামে মই কোৱা কথাৰ অৰ্থ বুজিব পাৰিছিল সেয়েহে তেওঁ
{{gap}}ভোলাৰামে মই কোৱা কথাৰ অৰ্থ বুজিব পাৰিছিল সেয়েহে তেওঁ
পুনৰ শিলগুটি লৈ ৰাজ দৰবাৰ পাইছিলহি। কাৰণ তাহানিৰ ৰজাৰামচন্দ্ৰই
পুনৰ শিলগুটি লৈ ৰাজ দৰবাৰ পাইছিলহি। কাৰণ তাহানিৰ ৰজাৰামচন্দ্ৰই
১৬ নং শাৰী: ১৯ নং শাৰী:
লৈ আহিবলৈ সক্ষম হৈছিল। ময়ো তেনে এজন ৰজা হৈ আজি পানীত
লৈ আহিবলৈ সক্ষম হৈছিল। ময়ো তেনে এজন ৰজা হৈ আজি পানীত
শিলগুটিটো ওপঙাব নোৱাৰিলোঁ সেয়েহে ভোলাৰাম ব্ৰাহ্মণে “ইও এক সিও
শিলগুটিটো ওপঙাব নোৱাৰিলোঁ সেয়েহে ভোলাৰাম ব্ৰাহ্মণে “ইও এক সিও
এক” বুলি ক'লে।

এক” বুলি ক'লে।

{{gap}}“ইও এক সিও এক” কথাৰ তাৎপৰ্য বুজিমন্ত্ৰী ৰজা আৰু ভোলাৰামৰ
{{gap}}“ইও এক সিও এক” কথাৰ তাৎপৰ্য বুজি মন্ত্ৰী ৰজা আৰু ভোলাৰামৰ
বুদ্ধিত আচৰিত হৈ মৌন হৈ ৰ’ল।

বুদ্ধিত আচৰিত হৈ মৌন হৈ ৰ’ল।

{{Css image crop
|Image = সাধুৰ_সাতসৰী.pdf
|Page = 22
|bSize = 425
|cWidth = 86
|cHeight = 23
|oTop = 486
|oLeft = 177
|Location = center
|Description =

{{Right|২১}}
{{Right|২১}}