পৃষ্ঠা:সাধুৰ সাতসৰী.pdf/২১: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

[বট সম্পাদনা] নিকাকৰণ
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি

মুদ্ৰণ সংশোধিত

বৈধকৃত
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
'''{{center|সাধুৰ সাতসৰী}}'''

{{Left|'''সাধুৰ সাতসৰী'''}}

{{gap}}ভোলাৰামক দেখি কি লাগে কিয় এনে দূৰ্দশা হল সুধিলে। ভোলাৰামে
{{gap}}ভোলাৰামক দেখি কি লাগে কিয় এনে দূৰ্দশা হ'ল সুধিলে। ভোলাৰামে
তেওঁৰ দুখৰ কাহিনী ক’লে। ৰজাই চন্তৰীক মাতি ১০০ স্বৰ্ণমুদ্ৰা দুখীয়া ব্ৰাহ্মণ

ভোলাৰামক দিবৈ ক’লে। স্বৰ্ণমুদ্ৰা লৈ ভোলাৰাম আনন্দমনে ঘৰমুৱা হ’ল।
ভোলাৰামক দিবলৈ ক’লে। স্বৰ্ণমুদ্ৰা লৈ ভোলাৰাম আনন্দমনে ঘৰমুৱা হ’ল।
এনেতে ৰজাই ক’লে “ইও এক সিও এক। ”

এনেতে ৰজাই ক’লে “ইও এক সিও এক।”

{{gap}}হৰষিত মনে ভোলাৰাম ঘৰ পালেকি আৰু ঘৈণীয়েকৰ হাতত

স্বৰ্ণমুদ্ৰাখিনি দিলে। ঘৈণীয়েকে ৰজাই স্বৰ্ণমুদ্ৰা খিনি দি কি ক’লে বাটত যাওঁতে

কি হ’ল সকলো সুধিলে। ভোলাৰামে জুৰি পাৰ হৈ তিতি বুৰি গৈ ৰজাৰ ওচৰ

পোৱাৰ কথা ক’লে আৰু মুদ্ৰাখিনি দি ৰজাই এটা কথা ক’লে বোলে “ইও

এক সিও এক।

এক সিও এক।
{{gap}}কিছুদিন যোৱাৰ পিচত ভোলাৰামক পুনৰ ৰজাৰ ওচৰলৈ যাবলৈ

ঘৈণীয়েকে অনুৰোধ জনালে। ভোলাৰামৰ হাতত এইবাৰ এটা শিলগুটি দি

পঠিয়াই ক'লে যে এই শিলগুটি পানীত ওপঙিব।

পঠিয়াই ক'লে যে এই শিলগুটি পানীত ওপঙিব।

{{gap}}শিলগুটি হাতত লৈ ভোলাৰাম পুনৰ ৰজাৰ ওচৰ পালেগৈ। ৰজাই

ভোলাৰাম দেখি চিনি পাই পুনৰ কি প্ৰয়োজনত আহিলা বুলি সুধিলে।

২১ নং শাৰী: ২৪ নং শাৰী:
মতে তপৰাই মাত দিলে “ইও এক সিও এক”। ৰজাই কথাটো বুজি পাই

চন্তৰীক মাতি ১০০ স্বৰ্ণমুদ্ৰা দিবলৈ কলে। ১০০ স্বৰ্ণমুদ্ৰা লৈ ভোলাৰাম

ঘৰমুৱা হ'ল।

ঘৰমুৱা হ'ল।

{{gap}}ৰজাৰ মন্ত্ৰীয়ে এই কথাৰ একো অৰ্থ বুজিব নোৱাৰি ৰজাক সুধিলে

২০
{{Left|২০}}