পৃষ্ঠা:সাধুৰ সাতসৰী.pdf/১৯: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

[বট সম্পাদনা] নিকাকৰণ
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধিত
+
বৈধকৃত
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
{{Left|'''সাধুৰ সাতসৰী'''}}


সাধুৰ সাতসৰী
<br>
বতাহে কোৱা কথা সম্পূৰ্ণ সঁচা। কিন্তু বতাহক ভয় নকৰিলেও মই শিং থকা
বতাহে কোৱা কথা সম্পূৰ্ণ সঁচা। কিন্তু বতাহক ভয় নকৰিলেও মই শিং থকা
গৰুক বৰ ভয় কৰোঁ। গৰুৱে শিঙৰে মাটি খান্দি দুৱৰিক পুলি পোখা সকলো
গৰুক বৰ ভয় কৰোঁ। গৰুৱে শিঙৰে মাটি খান্দি দুৱৰিক পুলি পোখা সকলো
উঘালি পেলায়। গতিকে শিং থকা গৰুহে মোৰ বাবে বেছি শঔিশালী। গতিকে
উঘালি পেলায়। গতিকে শিং থকা গৰুহে মোৰ বাবে বেছি শক্তিশালী। গতিকে
তুমি শিং থকা গৰুৰ ওচৰলৈ হে যোৱা। এইবাৰ ঢুলীয়া গৰুৰ ওচৰলৈ গ’ল
তুমি শিং থকা গৰুৰ ওচৰলৈ হে যোৱা। এইবাৰ ঢুলীয়া গৰুৰ ওচৰলৈ গ’ল
আৰু সকলো কথা বিৱৰি ক’লে। শিং থকা গৰুৱে ঢুলীয়া কথা শুনি ক’বলৈ
আৰু সকলো কথা বিৱৰি ক’লে। শিং থকা গৰুৱে ঢুলীয়াৰ কথা শুনি ক’বলৈ
ধৰিলে যে ময়ো এবিধ প্ৰণীলৈ বৰ ভয় কৰোঁ। সেই বিধ হৈছে ঢুলীয়া।
ধৰিলে যে ময়ো এবিধ প্ৰণীলৈ বৰ ভয় কৰোঁ। সেই বিধ হৈছে ঢুলীয়া।
ঢুলীয়াই যেতিয়া ঢোল বজায় তেতিয়া মই ভয়তে কলৈ যাওঁ কি কৰোঁ লাগে,
ঢুলীয়াই যেতিয়া ঢোল বজায় তেতিয়া মই ভয়তে কলৈ যাওঁ কি কৰোঁ লাগে,
সেয়ে মাটি খান্দি লুকাবলৈ চেষ্টা কৰোঁ। <br>
সেয়ে মাটি খান্দি লুকাবলৈ চেষ্টা কৰোঁ।

{{gap}}সকলোৰে কথাবোৰ শুনি শুনি ঢুলীয়া নিৰুপায় হ'ল। গৈ গৈ এতিয়া
{{gap}}সকলোৰে কথাবোৰ শুনি শুনি ঢুলীয়া নিৰুপায় হ'ল। গৈ গৈ এতিয়া
ঢুলীয়া হে সকলোতকৈ বলী হ'ল। সেয়ে তেওঁ ঢুলীয়াৰ ছোৱালীকে বিয়া
ঢুলীয়া হে সকলোতকৈ বলী হ'ল। সেয়ে তেওঁ ঢুলীয়াৰ ছোৱালীকে বিয়া
কৰাবলৈ স্থিৰ কৰি ঘৰমুৱা হ'ল। <br><br>
কৰাবলৈ স্থিৰ কৰি ঘৰমুৱা হ'ল।

১৮
{{Css image crop
|Image = সাধুৰ_সাতসৰী.pdf
|Page = 19
|bSize = 425
|cWidth = 102
|cHeight = 39
|oTop = 297
|oLeft = 171
|Location = center
|Description =
}}



{{Left|১৮}}