পৃষ্ঠা:সাধুৰ সাতসৰী.pdf/১১: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
Joli (আলোচনা | বৰঙণি)
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধিত
+
বৈধকৃত
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
{{gap}} গৰুৰ পোৱালিটো তেতেয়া যথেষ্ট ডাঙৰ হৈছিল।
'''সাধুৰ সাতসৰী'''


{{gap}} ৰাণীয়ে উত্তৰ দিলে –“নালাগে সৰুৰে পৰা মই ইয়াক এনেকৈ কোলাত লৈয়ে উঠা নমা কৰি ডাঙৰ কৰিছোঁ। ই মোৰ অভ্য়াসত পৰিণত হৈছে। তাক লৈ উঠা নমা কৰাত মই অকনো কষ্ট নাপাওঁ।” ৰজাই প্ৰমাণ চাবলৈ গৰুটো কোলাত ল’বলৈ সাজু হ’ল। কিন্তু দাঙিব নোৱাৰিলে।


{{gap}} ৰাণীয়ে অনায়াসে গৰুটো কোলাত লৈ চাংঘৰৰ ওপৰলৈ উঠি গ’ল। ওপৰৰ পৰা ৰাণীয়ে পুনৰ ক’লে – “অভ্য়াসৰ নৰ কৰ্ণ পথে কৰে শৰ।”


{{gap}} গৰুৰ পোৱালিটো তেতেয়া যথেষ্ট ডাঙৰ হৈছিল।

{{gap}} ৰাণীয়ে উত্তৰ দিলে –“নালাগে সৰুৰে পৰা মই ইয়াক এনেকৈ কোলাত লৈয়ে উঠা নমা কৰি ডাঙৰ কৰিছোঁ। ই মোৰ অভ্য়সত পৰিণত হৈছে। তাক লৈ উঠা নমা কৰাত মই অকনো কষ্ট নাপাওঁ। “ ৰজাই প্ৰমাণ চাবলৈ গৰুটো কোলাত ল’বলৈ সাজু হ’ল। কিন্তু দাঙিব নোৱাৰিলে।

{{gap}} ৰাণীয়ে অনায়াসে গৰুটো কোলাত লৈ চাংঘৰৰ ওপৰলৈ উঠি গ’ল। ওপৰৰ পৰা ৰাণীয়ে পুনৰ ক’লে – “অভ্য়াসৰ নৰ কৰ্ণ পথে কৰে শৰ। “
{{gap}} তেতিয়াহে ৰজাই ৰাণীক চিনি পালে আৰু ৰাণীৰ কথাত পতিয়ন গ’ল। যে অভ্য়াসৰ নৰ কৰ্ণ পথে কৰে শৰ বোলা কথাষাৰ সত্য়। অভ্য়াস কৰিলে সকলো কাম কৰিব পাৰি।
{{gap}} তেতিয়াহে ৰজাই ৰাণীক চিনি পালে আৰু ৰাণীৰ কথাত পতিয়ন গ’ল। যে অভ্য়াসৰ নৰ কৰ্ণ পথে কৰে শৰ বোলা কথাষাৰ সত্য়। অভ্য়াস কৰিলে সকলো কাম কৰিব পাৰি।


{{gap}} ৰজাই নিজৰ ভুল বুজিব পাৰি ৰাণীৰ ওচৰত ক্ষমা বিচাৰিলে আৰু ৰাণীক আদৰ সন্মান সহকাৰে ৰথত তুলি নিজ ৰাজ্য় লৈ গ’ল।
{{gap}} ৰজাই নিজৰ ভুল বুজিব পাৰি ৰাণীৰ ওচৰত ক্ষমা বিচাৰিলে আৰু ৰাণীক আদৰ সন্মান সহকাৰে ৰথত তুলি নিজ ৰাজ্য় লৈ গ’ল।






{{rule}}
{{rule}}




{{center|'''(সাহিত্য সংস্কৃতি চ'ৰাৰ মুখপাত্ৰ ত্ৰিধাৰাত প্ৰকাশিত)'''
{{center|'''(সাহিত্য সংস্কৃতি চ'ৰাৰ মুখপত্ৰ ত্ৰিধাৰাত প্ৰকাশিত)'''
}}
}}
১০